Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

বাৰে বাৰে চাহ গৰম কৰি খালেহ’ব পাৰে শৰীৰৰ মাৰাত্মক ক্ষতি

প্ৰায়ভাগ মানুহৰে পুৱা শুই উঠিয়েই একাপ ধোঁৱা বলি থকা চাহ খোৱাটো এটা অভ্যাস৷ কিছুমানে আকৌ বিছনাৰ পৰা উঠি চাহকাপ নাখালে একো কামেই...

মঙল গ্ৰহত এক বিৰল দৃশ্যদেখিলে নাছাৰ যানে

নাছাৰ যান পাৰচিভিয়াৰেন্স মঙল গ্ৰহৰ চাৰিওফালে ঘূৰি বিভিন্ন তথ্য আৰু ছবি আহৰণ কৰি থকাৰ সময়তে পাৰচিভিয়াৰেন্সৰ কেমেৰাত এটা দৃশ্য ধৰা পৰে৷ কেমেৰাই...

এগ ফ্ৰিজিং কি? এই পদ্ধতিৰ দ্বাৰাকিদৰে ডিম্বাণু সংৰক্ষণ কৰে?

এগ ফ্ৰিজিং– এক আধুনিক বিজ্ঞানসন্মত ডিম্বাণু সংৰক্ষণ পদ্ধতি, যি পদ্ধতিত মহিলাসকলে ডিম্বাণু সংৰক্ষণ কৰি ৰাখিব পাৰে৷ এতিয়া বিশ্বজুৰি এই নৱতম পদ্ধতি এগ...

শৰীৰৰ ওজন কমাবলৈকেঁচা জলকীয়া কাৰ্যকৰী

বৰ্তমান প্ৰায়ভাগ লোকৰে মেদবহুলতাৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ ইয়াৰ ফলত শৰীৰৰ একাধিক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ প্ৰধানতঃ খাদ্যাভ্যাস, ফাষ্টফুডৰ প্ৰতি আকৰ্ষণ, শাৰীৰিক...

মহাকাশত জেমছ ৱেব দূৰবীণেআৱিষ্কাৰ কৰিলে ৰহস্যজনক গ্ৰহ

মহাকাশত থকা প্ৰায় প্ৰতিটো গ্ৰহেই কোনো এটা নক্ষত্ৰক পৰিভ্ৰমণ কৰি থাকে৷ কিন্তু এই বিশ্বব্ৰহ্মাণ্ডত শেহতীয়াকৈ নতুন ৰহস্যজনক গ্ৰহ আৱিষ্কাৰ কৰা হৈছে৷ আমেৰিকাৰ...

বিশ্বৰ দীৰ্ঘতম নদীআমাজনৰ শুকাইছে বক্ষ

বিশ্বৰ দীৰ্ঘতম নদী আমাজন শুকাই যাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত নদীখনৰ গতিপথৰ বৰ্তমান আৰু অতীতৰ ছবি প্ৰকাশ...

কাঠৰ সামগ্ৰীৰ পৰা ভেঁকুৰআঁতৰাবলৈ কি কৰিব?

আজিকালি পাকঘৰত ষ্টিলৰ বাচন-বৰ্তনৰ লগতে কাঠৰ বাচন-বৰ্তন তথা অন্যান্য সামগ্ৰীও ব্যৱহাৰ কৰা হয়৷ অৱশ্যে কাঠৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ চাফ-চিকুণতাৰ ওপৰত...

মহাকাশত আৱৰ্জনা এৰাৰ বাবেআমেৰিকাই কৰিলে জৰিমনা

বিভিন্ন তথ্যৰ পৰা পোৱা হৈছে যে মহাকাশত আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ আছে৷ মহাকাশ অভিযানৰ সময়ত মহাকাশচাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী, খাদ্যবস্তুৰ পেকেট আদিৰে মহাকাশত...

গ্ৰীনহাউছ গেছৰ প্ৰভাৱ কমাবলৈসপ্তাহৰ চাৰিদিন ঘৰতে কাম কৰাৰ পৰামৰ্শ

সমগ্ৰ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি হিমবাহৰ বৰফ গলন, নানা প্ৰাকৃতিক দুৰ্যোগ আদি সকলোৰে নেপথ্যত আছে গ্ৰীনহাউছ গেছৰ প্ৰভাৱ৷ পৃথিৱীৰ জীৱাশ্ম...

নিতৌ খালী ভৰিৰে ২০ মিনিট খোজ কাঢ়ক : ফলাফল নিশ্চিত

খালী ভৰিৰে খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি আগৰ দিনৰ বয়সস্ক লোকসকলে কোৱা প্ৰায়ে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু আজিৰ জীৱনশৈলীত মানুহে খালী...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...