Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

বিছনাত শোওঁতে কোনফালেশোৱাটো অতি উত্তম জানেনে?

টোপনি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন৷ টোপনিয়ে আমাৰ শৰীৰৰ কাৰ্যসমূহ পুনৰ সক্ৰিয় কৰাত সহায় কৰে৷ গতিকে গোটেই দিনটোৰ ব্যস্ততাৰ অন্তত আমি টোপনি...

বিজ্ঞানীৰ পৰিকল্পনাচন্দ্ৰত নিৰ্মাণ হ’ব পথ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ২০৪০ চনত আমেৰিকাত মানৱ বসতিস্থাল স্থাপন কৰিব বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ মহাকাশ সংস্থাসমুহে...

কথোপকথন গোপনে ৰাখিবলৈহোৱাটছএপৰ নতুন ফিচাৰ

মোবাইলৰ হোৱাটছএপ লক কৰাৰ কাৰণে বায়’মেট্ৰিক বা পিন কোডৰ সহায়ত লক কৰাৰ ব্যৱস্থা আছে৷ এই ব্যৱস্থা এণ্ড্ৰয়ড আৰু আইঅ’এছ দুয়োটা ক্ষেত্ৰতে প্ৰযোজ্য৷...

অসমৰ দুগৰাকী ছাত্ৰীৰ ভূগৰ্ভৰপানীৰ স্তৰ বৃদ্ধিৰ উপায় উদ্ভাৱন

ভূগৰ্ভৰ পানী উদ্বেগজনকভাৱে পাই অহা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী পৰিণামৰ বিষয়ে ৰাজ্যৰ তেজপুৰৰ দুগৰাকী ছাত্ৰীৰ অধ্যয়নপুষ্ট ব্যাখ্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷...

হালধি স্বাস্থ্যৰ বাবে কিমান উপকাৰী : কি কয় গৱেষকে

ভাৰতত হালধিৰ গুৰুত্ব প্ৰায় সকলোৱে বুজি পায়৷ হালধিৰ ভালেমান ঔষি¸ধ গুণ থকা বুলিও বহুতে জানে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে হালধিৰ ঔষধি...

উচ্চতম ন্যায়ালয়ৰ সমলিংগবিবাহৰ আইনী বৈধতা খাৰিজ

দেশৰ সৰ্বোচ্চ ন্যয়ালয় উচ্চতম ন্যায়ালয়ে দেশৰ বহুলভাৱে চচিত হৈ থকা এটা বিষয় সমলিংগৰ বিবাহৰ সন্দৰ্ভত এক বহু প্ৰতীক্ষিত...

ভয়াৱহ সংক্ৰমণৰ আগজাননী৮বিধ অতি বিপজ্জনক ভাইৰাছ আৱিষ্কাৰ

কৰ’না ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ কথা নৌপাহৰোঁতেই চীনৰ বৈজ্ঞানিকসকলে আন এক ভয়াৱহ সংক্ৰমণৰ আগজাননী দিছে৷ দেশখনৰ বৈজ্ঞানিকৰ এটা দলে এইবুলি জনাইছে...

পুৰুষৰ প্ৰথমটো গৰ্ভনিৰোধকবেজীৰ সফল পৰীক্ষা ICMR-ৰ

ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এম আৰ-এ পুৰুষৰ গৰ্ভনিৰোধক বিশ্বৰ প্ৰথমটো বেজীৰ পৰীক্ষা সম্পন্ন কৰে৷ এই প্ৰসংগত আই চি এম...

ভাৰতৰ পৰ্বতাৰোহীৰ বিৰল কৃতিত্ব২৮টা সৰ্বোচ্চ শৃংগত আৰোহণ

পৰ্বতাৰোহীসকলৰ ২০জনীয়া এটা দলে দেশখনৰ ২৮টা সৰ্বোচ্চ শৃংখৰ সকলোতে আৰোহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এটা বিৰল কৃতিত্ব অৰ্জন কৰিলে৷ অৰুণাচল প্ৰদেশৰ...

ইছৰ’ৰ গগনযানউৎক্ষেপণৰ প্ৰস্তুতি

ভাৰতীয় মহাকাশ সংগঠনে ইয়াৰ অভিলাষী মহাকাশ কাৰ্যসূচী গগনযানৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা চলায়৷ ইছৰ’ই প্ৰথমটো পৰীক্ষামূলক অভিযান চলায়৷ উল্লেখ্য যে ইছৰ’ই...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...