Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

মাত্ৰ তিনি মিনিটত অসমৰ ছাত্ৰৰশৰীৰ শীতল কৰা যন্ত্ৰ উদ্ভাৱন

সৰ্বভাৰতীয় এক প্ৰতিযোগিতাত অসমত এজন ছাত্ৰই অংশগ্ৰহণ কৰি সকলোৰে ভূয়সী প্ৰশংসা বুলিবলৈ সক্ষম হৈছে৷ গোলঘাট জিলাৰ এইগৰাকী ছাত্ৰই...

বিশ্বৰ দীৰ্ঘতম নদীআমাজনৰ শুকাইছে বক্ষ

বিশ্বৰ দীৰ্ঘতম নদী আমাজন শুকাই যাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত নদীখনৰ গতিপথৰ বৰ্তমান আৰু অতীতৰ ছবি প্ৰকাশ...

বিশ্বাস হয়নে? এটুকুৰাচাবোনৰ দাম দুই লাখ টকা!

এটুকুৰা চাবোনৰ দাম কিমান হ’ব পাৰে বাৰু– খুব বেছি এহেজাৰ বা দুহোজাৰ টকা৷ কিন্তু এইখন বিশ্বত লাকটকীয়া চাবোনো যে পোৱা যায়, সেই...

হিমালয়ৰ হিমবাহৰ পৰা সৃষ্ট হ্ৰদেসৃষ্টি কৰিব পাৰে মহা প্ৰলয়ৰ

বিজ্ঞানীসকলে নেপালত হোৱা ভূমিকম্প আৰু ছিকিমত হোৱা জলপ্ৰলয়ৰ মাজত সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰি আছে৷ এই কথা কৈ অহা হৈছে যে ই এক...

ছেৰাপুঞ্জীৰ বৃষ্টিপাতকে ধৰিভাৰতৰ ৬০টা অভিলেখগীনিজ বুক অব্‌ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত

মেঘালয়ৰ ছেৰাপুঞ্জীৰ বৃষ্টিপাতকে ধৰি ভাৰতৰ ৬০টা অভিলেখ গীনিজ বুক অব্‌ ৰেকৰ্ডছৰ শেহতীয়া সংস্কৰণত অন্তৰ্ভুক্ত হৈছে৷ উল্লেখ্য যে গীনিজ...

বিশ্বৰ প্ৰথম ৰব’টিক অধ্যক্ষস্কুল পৰিচালনা কৰিব কৃত্ৰিম বুদ্ধিমত্তাই

কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ স্থান ল’বগৈ বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ সকীয়াই আছে৷ ইয়াৰ আৰম্ভণি ইতিমধ্যে হৈছেই৷ ব্ৰিটেইনত এতিয়া এখন স্কুল পৰিচালনা কৰিব কৃত্ৰিম...

ভাৰতৰ পৰ্বতাৰোহীৰ বিৰল কৃতিত্ব২৮টা সৰ্বোচ্চ শৃংগত আৰোহণ

পৰ্বতাৰোহীসকলৰ ২০জনীয়া এটা দলে দেশখনৰ ২৮টা সৰ্বোচ্চ শৃংখৰ সকলোতে আৰোহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এটা বিৰল কৃতিত্ব অৰ্জন কৰিলে৷ অৰুণাচল প্ৰদেশৰ...

ৰঙা মূলা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?

এতিয়া শীতকালত সাধাৰণতে খোৱা শাক-পাচলিৰ দিন আৰম্ভ হৈছে৷ এই সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰঙা মূলা৷...

ফে’চবুক, ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে শিশুকমানসিকভাৱে ক্ষতি কৰাৰ অভিযোগ

লাইক্‌ছৰ প্ৰতি আসক্ত কৰি শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ অভিযোগত মেটা প্লেটফৰ্ম আৰু ইয়াৰ অধীনত ফে’চবুক তথা ইন্‌ষ্টাগ্ৰামৰ বিৰুদ্ধে আমেৰিকাৰ...

জন্তু-স্নেহ : সাপ বচোৱাত ব্ৰতী হৈ এৰিলে চাকৰি

জন্তুৰ প্ৰতি থকা স্নেহৰ বাবে চাকৰি এৰিলে৷ এতিয়া সাপৰ জীৱন বচোৱাত ব্ৰতী হৈ পৰিছে বেংগালুৰুৰ এজন ব্যক্তি৷ শ্বোৱেব নামৰ এই ব্যক্তিজনে যোৱা...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...