Health Plus
4946 POSTS0 COMMENTS
http://newshealthplus.comযোৱা দুটা বছৰত ভাৰততউদ্বেগজনকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি
Health Plus - 0
ভাৰতত যোৱা দুটা বছৰৰ ভিতৰত সৰ্বোচ্চ হৈছে নিবনুৱাৰ হাৰ৷ এই সময়ছোৱাত ভাৰতত নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি...
এণ্টাৰ্কটিকাত বিশেষ অভিযানলৈবাছনি অসমৰ মহাকাশ বিজ্ঞানী প্ৰিয়ংকা
Health Plus - 0
বিশ্বৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠা অসম সন্তানে এইবাৰ অসমীয়াৰ স্বাভিমান গামোচা সুদূৰ এণ্টাৰ্কটিকাত উৰুৱাবলৈ সাজু হৈছে৷ অসম সন্তান, মহাকাশ বিজ্ঞানী প্ৰিয়ংকা বৰকাকতীয়ে...
দিল্লীত প্ৰদূষণ ৰোধৰ বাবেচৰকাৰে ল’লে বিশেষ পদক্ষেপ
Health Plus - 0
দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ মাত্ৰা ভয়াৱহ হৈয়ে আছে৷ যোৱা ছয় নৱেম্বৰত দিল্লীৰ গড় এয়াৰ কোৱালিটি ইনডেক্স, অৰ্থাৎ এ কিউ আই ৪৭০...
উচ্চতম ন্যায়ালয়ে দেৱালীত ফট্কা,ফুলজাৰিৰ ব্যৱহাৰত নিষেধাজ্ঞা বলৱৎ
Health Plus - 0
সমাগত দেৱালীৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বোচ্চ ন্যায়ালয়ে ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ উচ্চতম ন্যায়ালয়ে কয় যে ফটকা-ফুলজাৰি ফুটোৱাৰ বিৰুদ্ধে দিয়া নিৰ্দেশ...
সমীক্ষা : ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগে ভয়ানকভাৱে বিস্তাৰ লাভ কৰিছে৷ ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে খাদ্যবস্তুৰ ভেজালকৰণ,...
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : প্ৰাকৃতিক দুৰ্যোগে কঁকাল ভাঙিছে কৃষকৰ
Health Plus - 0
কৃষকসকলে দেশ তথা ৰাষ্ট্ৰ এখনক মুখ্য উৎপাদন ক্ষমতাক প্ৰতিনিধিত্ব কৰে৷ খাদ্য উৎপাদনৰ ক্ষেত্ৰত কৃষক অবিহনে ইয়াৰ জনসাধাৰণতে লঘোণে থাকিব লাগিব৷ কৃষকৰ উৎপাদিত...
ইউনেস্ক’ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কতগোৱালিয়ৰ, কোঝিকোড় অন্তৰ্ভুক্ত
Health Plus - 0
প্ৰতিবছৰে ইউনেস্ক’ই বিশ্বৰ যিকোনো মহানগৰ এখনৰ ওপৰত সমীক্ষা চলাই ইয়াৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত স্থান নিশ্চিত কৰে৷ এই তালিকা প্ৰস্তুতৰ বাবে ইউনেস্ক’ই নিজাববীয়াকৈ...
এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী চিকিৎসামহাবিদ্যালয়ৰ ৰেংকিং স্থিৰ কৰা হ’ব
Health Plus - 0
২০২৪-২৫ শিক্ষা বৰ্ষৰ পৰা দেশৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ স্থান নিৰ্ণয় কৰা হ’ব সিবিলাকে দিয়া শিক্ষাৰ মানৰ ভিত্তিত৷ চিকিৎসা শিক্ষা প্ৰতিষ্ঠানসমূহৰ...
অসমত ঘৰে ঘৰে গৈকৰিব কুষ্ঠ ৰোগৰ পৰীক্ষা
Health Plus - 0
৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ কুষ্ঠ ৰোগ চিনাক্তকৰণ আৰু এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ জৰিয়তে ৰোগবিধ নিৰ্মূলৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ...
অসমত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিকচিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন
Health Plus - 0
দুধনৈত স্থাপন কৰা ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস¸ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী সৰ্বানন্দ...
Most Read
জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা
জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...
ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...
বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ
বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...
যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’
কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...