Health Plus

4837 POSTS0 COMMENTS
http://newshealthplus.com

ভয়ংকৰ তথ্য : নদীৰ পানীত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তন তথা বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ পৃথিৱীতে গভীৰ প্ৰভাৱ পেলাইছে৷ ইয়াৰ ফলত বিশ্বৰ সাগৰ-মহাসাগৰসমূহৰ লগতে বায়ুমণ্ডলো গৰম হ’বলৈ ধৰিছে৷ শেহতীয়াভাৱে আমেৰিকাৰ...

সাফল্য : চাহৰ কলঘৰৰ পেলনীয়া সামগ্ৰীৰে ঔষধ-খাদ্য সামগ্ৰী প্ৰস্তুত

চাহ উদ্যোগৰ পেলনীয়া সামগ্ৰীৰ পৰা আই আই টি, গুৱাহাটীৰ এদল গৱেষকে প্ৰস্তুত কৰি উলিয়াইছে ঔষধ আৰু খাদ্য সামগ্ৰী৷...

ভাৰতীয় এমবিবিএছ ডিগ্ৰীধাৰীয়ে বিদেশতোলাভ কৰিব চিকিৎসা প্ৰদানৰ সুবিধা

ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এম বি বি এছ ডিগ্ৰীধাৰীসকলৰ বাবে সুখবৰ৷ এতিয়াৰ পৰা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰীয়ে অৰ্থাৎ এম বি বি এছে...

সুখবৰ : বিশ্বনাথ ঘাটে লাভ কৰিছে দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি

অসমবাসীৰ বাবে সুখবৰ৷ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে বিশ্বনাথ ঘাটে৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰...

চন্দ্ৰত এতিয়া সূৰ্যোদয় : ৰ’ভাৰ প্ৰজ্ঞানক জগোৱাৰ চেষ্টা বিজ্ঞানীৰ

চন্দ্ৰপৃষ্ঠত আজি কেইবাদিনো ধৰি টোপনিত নিমগ্ন হৈ আছে চন্দ্ৰযান-৩১ ৰ’ভাৰ প্ৰজ্ঞানে৷ কিয়নো সেই সময়খিনিত তাত ৰাতি হৈ আছিল৷ চন্দ্ৰপৃষ্ঠত দি হোৱাৰ লগে...

চৰাইৰ দৰে আকাশতউৰা উৰণীয়া স্কুটাৰ

চৰাইৰ দৰে আকাশত উৰাৰ সপোন সকলোৱে দেখে৷ এতিয়া এই সপোনক বাস্তৱ ৰূপ দিব পৰা যাব এখন উৰণীয়া স্কুটাৰৰ জৰিয়তে৷ দেখাত এভকেডি নামৰ...

১২৫ বছৰৰ পাছত প্ৰকৃতিলৈপ্ৰত্যাৱৰ্তন বিলুপ্তি হোৱা এই পক্ষী

মাত্ৰ এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ১২৫ বছৰ ধৰি নিৰুদ্দেশ অৰ্থাৎ নোহোৱা হৈ আছিল এই পক্ষীটো৷ চৰকাৰীভাৱেও বিলুপ্তি ঘোষণা কৰিছিল৷ কিন্তু সকলোকে আচৰিত...

মানুহেই দায়ী : পৃথিৱীত কীট-পতংগৰ সংখ্যা হ্ৰাস

বিশ্বত কীট-পতংগৰ সংখ্যা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ ইয়াৰ বাবে ঘাইকৈ জগৰীয়া মানুহ৷ বিজ্ঞানীসকলে জানিব পৰা মতে, উত্তৰ আমেৰিকা আৰু ইউৰোপত কীট-পতংগৰ...

আমেৰিকাত হ্ৰাস পাইছেভগৱানত আস্থা থকা লোকৰ সংখ্যা

আমেৰিকাত ভগৱান, স্বৰ্গ তথা নৰক আৰু চয়তানৰ প্ৰতি থকা আস্থাৰ ভাব দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ দেশখনত কৰা এটা সমীক্ষাৰ পৰা এই...

সমীক্ষা : কেইটামান বছৰৰ ভিতৰতে ডুবিব পাৰে পৃথিৱীৰ সিংহভাগ

এইবাৰ পানীয়ে মানৱ সভ্যতাক সংকটত পেলাব নেকি? কিয়নো যি অধ্যয়নৰ তথ্য পোহৰলৈ আহিছে সেয়া যেন তাৰেই ইংগিত দিছে৷...

TOP AUTHORS

Most Read

ফেটি লিভাৰৰ নিৰ্মূলৰ বাবে এই পাঁচটি পৰামৰ্শ

আধুনিক জীৱন যাত্ৰাত বহুতেই কম-বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়৷ যকৃতত যদি অতিৰিক্ত পৰিমাণৰ মেদ জমা হ’বলৈ আৰম্ভ কৰে, তেনেহ’লে ছিৰোছিছ,...

দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব?

সাধাৰণতে আমাৰ দাঁত ব্ৰাছ কৰিলে বহুতৰে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ আমি প্ৰায়ে এনে হ’লে হেয় জ্ঞান কৰোঁ৷ কোনোধৰণৰ ব্যৱস্থা...

এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ

পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা...

পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহক

শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ...