Health Plus
4934 POSTS0 COMMENTS
http://newshealthplus.comপ্লাষ্টিক ধবংস কৰিব পৰাএনজাইম আৱিষ্কাৰ বিজ্ঞানীৰ
Health Plus - 0
গৱেষকে জানিছিলেই যে ৬০ পৰা ৭০ ডিগ্ৰী চেলচিয়াছত থাকিলে এদিন হ’লেও পিইটি পেকেট পূৰামাত্ৰা ধবংস হৈ যাব৷ অৱশিষ্ট...
ৰাষ্ট্ৰসংঘৰ তথ্য ঃ ভাৰতৰ ভূগৰ্ভস্থজলস্তৰ অচিৰেই শুকাই যাব
Health Plus - 0
প্ৰকৃতিৰ ওপৰত হোৱা বিভিন্ন কাৰকৰ বাবে ভূগৰ্ভস্থ পানী শুকাই যাবলৈ ধৰিছে৷ প্ৰতিবছৰে ভূগৰ্ভত থকা পানীভাগ ক্ৰমে শুকাই গৈ আছে৷ যাৰ ফলত সমগ্ৰ...
আপুনি মাংস খাই খুব ভাল পায়নেকি? তেন্তে সাৱধান
Health Plus - 0
আপুনি বাৰু মাংস বিশেষকৈ, ছাগলীৰ মাংস খায় ভাল পায় নেকি– তেতিয়া হ’লে আপুনি সাৱধান হোৱা ভাল, কিয়নো হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সম্পৰ্কত...
অসাধাৰণ অস্ত্ৰোপচাৰ ঃ চুম্বকেৰেউলিয়ালে শিশুৰ হাঁওফাঁওত আবদ্ধ বেজী
Health Plus - 0
এক নজিৰবিহীন ঘটনা সংঘটিত হ’ল দিল্লীৰ এইমছত৷ এটি সাত বছৰীয়া শিশুৰ হঁাওফাঁওত আবদ্ধ হৈ থকা বেজী এটা অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে বাহিৰ কৰি...
জলবায়ু পৰিৱৰ্তনৰ ফল : নেপালত গলিছে এক তৃতীয়াংশ হিমবাহ
Health Plus - 0
পৃথিৱীৰ জল বায়ু পৰিৱৰ্তনৰ ফলত ভূমিকম্প, ছুনামি, বতৰৰ সাংঘাতিক পৰিৱৰ্তন, বৰষুণৰ পৰিমাণ হ্ৰাস আদি নানা প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈ আহিছে৷ আবতৰীয়া বান,...
ভাৰতৰ ফিৰ্নি আৰু ক্ষীৰবিশ্বৰ দহ শ্ৰেষ্ঠ পুডিঙৰ তালিকাত
Health Plus - 0
এসাঁজ নিৰামিষ অথবা আমিষ খাদ্য খোৱাৰ পাছত প্ৰায় সকলোৱে মিঠা বস্তু খাবলৈ পচন্দ কৰে৷ ভাৰতীয় খাদ্য সম্ভাৰত বিভিন্ন ধৰণৰ মিঠাই আছে...
ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ
Health Plus - 0
সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...
ভূগৰ্ভৰ তলত খোজ মিলিলৰহস্যময় আন এখন জগতৰ
Health Plus - 0
এইবাৰ বিজ্ঞানীয়ে ভূগৰ্ভৰ আন এক ৰহস্যৰ সন্ধান পাইছে৷ জনা মতে ভূপৃষ্ঠৰ তলত পৃথিৱীৰ আন এটা ভিন্ন স্তৰ পোৱা...
যোৱা দুটা বছৰত ভাৰততউদ্বেগজনকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি
Health Plus - 0
ভাৰতত যোৱা দুটা বছৰৰ ভিতৰত সৰ্বোচ্চ হৈছে নিবনুৱাৰ হাৰ৷ এই সময়ছোৱাত ভাৰতত নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি...
এণ্টাৰ্কটিকাত বিশেষ অভিযানলৈবাছনি অসমৰ মহাকাশ বিজ্ঞানী প্ৰিয়ংকা
Health Plus - 0
বিশ্বৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠা অসম সন্তানে এইবাৰ অসমীয়াৰ স্বাভিমান গামোচা সুদূৰ এণ্টাৰ্কটিকাত উৰুৱাবলৈ সাজু হৈছে৷ অসম সন্তান, মহাকাশ বিজ্ঞানী প্ৰিয়ংকা বৰকাকতীয়ে...
Most Read
কেঞ্চাৰৰ শংকা ! গেছৰ ঔষধ ৰেনটেক-জিনটেকৰ লৈ তদন্তৰ নিৰ্দেশ
ৰেণ্টিডিন হ’ল হিষ্টামিন-২ ব্লকাৰ গ্ৰুপৰ ঔষধ৷ ভাৰতত ৰেনটেক, জিনটেক এচিলক নামেৰে বজাৰত এই ঔষধ উপলব্ধ৷ গেছ, এচিডিটি, পেটৰ বিষ হ’লে এই ঔষধ...
গ্ৰীষ্মকালত হোৱা এইবোৰ ৰোগৰ পৰা সাৱধান হওক
বতৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ৰোগবোৰে নিজৰ ৰূপ সলনি কৰে আৰু ঋতু সলনি হোৱাৰ লগে লগে ই গুৰুতৰ ৰূপ ধাৰণ...
সাৱধান! চিগাৰেটৰ দৰেই ক্ষতিকাৰক শিংৰা
স্বাস্থ্য মন্ত্ৰ্যালয়ে সমস্ত কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কেণ্টিনত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জেলেপি আৰু...
ইনছুলিনৰ বিকল্প হিচাপে ডায়েবেটিছ নিৰ্মূলৰ বাবে অগ্নাশয়ৰ কোষ!
ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা যায়, সম্পূৰ্ণ নিৰাময় নহয়৷ ইমানদিনে এই ধাৰণাই আছিল৷ ৰক্ত শৰ্কৰা বাঢ়ি গ’লে ৰোগীৰ অৱস্থা বুজি খোৱাৰ ঔষধ বা ইনছুলিন...