Health Plus

4934 POSTS0 COMMENTS
http://newshealthplus.com

কুকুৰাৰ পাখিক ব্যৱহাৰকৰা হ’ব বিদ্যুৎ উৎপাদনত

কুকুৰা পালন অৰ্থাৎ হাঁহ-কুকুৰা পালন উদ্যোগক পৰিৱেশৰ দিশৰ পৰা বৰ ভাল বুলি কোৱা নহয়৷ এই উদ্যোগে পৰিৱেশত প্ৰভাৱ পেলাইছে বুলি প্ৰায়ে সমালোচনা...

আশ্চৰ্য! সিংহতকৈও মানুহকবেছি ভয় কৰে বন্যজন্তুৱে

সাধাৰণ পৰিৱেশত মানুহে বন্য জীৱ-জন্তুৰ পৰা নিলগত অৱস্থান কৰে৷ পৰ্বত, পাহাৰ, বনাঞ্চলৰ জংঘলত প্ৰৱেশ কৰাৰ সময়ত মানুহে খুব সাৱধানে যাত্ৰা কৰে, নহ’লে...

সাৱধান : Wi-Fi-ও হ’ব পাৰে ৰোগৰ কাৰণ

বৰ্তমান তথ্য-প্ৰযুক্তিৰ উন্নতিয়ে মানুহক বহুখিনি সুবিধা কৰি দিছে৷ এতিয়া বহু কাম ঘৰতে বহি কৰিব পৰা হৈছে৷ ইণ্টাৰনেটে এই সুবিধা কৰি দিছে৷ কৰ’না...

ভাৰতত ২০৫০ চনলৈ ৭০০শতাংশলৈ গ্ৰীষ্ম প্ৰৱাহ বৃদ্ধি পাব

পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে ভাৰতত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে৷ ভাৰত চৰকাৰৰ অধীনৰ এটা প্ৰতিষ্ঠানে কৰা অধ্যয়নৰ পৰা এই কথা...

ঔষধি গুণযুক্ত সুন্দৰতাৰে ভৰাএই গছবিধ হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ

লাইফ ছায়েন্সৰ এক প্ৰতিবেদনত বিশেষজ্ঞসকলে সতৰ্কবাণী শুনাইছে যে ঔষধি গুণসম্পন্ন, দেখিবলৈ অতিকে ধুনীয়া ডিজিটানিছ উদ্ভিদ হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে৷ এই প্ৰজাতিৰ...

মহাসাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎদূৰবীণ সজাৰ পৰিকল্পনা চীনৰ

চীনে মহাসাগৰৰ পানীৰ তলত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দূৰবীণ সজাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ চীনৰ লোকসকলে ইয়াক হাই লিং নাম দিছে৷ ইয়াৰ অৰ্থ হ’ল...

বিশ্বত গৃহহীন লোকৰসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি

সমগ্ৰ বিশ্বতে দৈনিক জনসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন দেশত অভাৱ-অভিযোগ বৃদ্ধি পাইছে৷ কিছু দেশৰ নাগৰিকে জীৱন...

কুকুৰপ্ৰিয়সকলে কুকুৰৰ খাদ্যৰযতন কেনেকৈ ল’ব?

আধুনিক সমাজখনত আজিকালি প্ৰায়ভাগ মানুহে কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ...

উদ্বেগজনক তথ্য : জৰায়ু কেঞ্চাৰৰ কাৰক ডাবৰৰ হেয়াৰ প্ৰডাক্ট

কৰ্কট ৰোগে বিশ্বতে আলোড়ন কৰি তুলিছে৷ দিনক দিনে এই ৰোগৰ দ্ৰুতভাৱে বিস্তাৰে সকলোকে উদ্বিগ্ন কৰিছে৷ সমগ্ৰ বিশ্বত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ইমানেই বৃদ্ধি...

আশ্চৰ্যকৰ : বিশ্বব্ৰহ্মাণ্ডৰ দুটা গ্ৰহত হীৰাৰ বৰষুণ

পৃথিৱীলৈ হীৰা ক’ৰ পৰা আহিল, সেই বিষয়ে কোনেও সঠিকভাৱে ক’ব নোৱাৰে৷ বিজ্ঞানীসকলৰ মত অনুসৰি পৃথিৱীলৈ হীৰা আহে উল্কাপাতৰ জৰিয়তে৷ আন একাংশ বিজ্ঞানীৰ...

TOP AUTHORS

Most Read

কেঞ্চাৰৰ শংকা ! গেছৰ ঔষধ ৰেনটেক-জিনটেকৰ লৈ তদন্তৰ নিৰ্দেশ

ৰেণ্টিডিন হ’ল হিষ্টামিন-২ ব্লকাৰ গ্ৰুপৰ ঔষধ৷ ভাৰতত ৰেনটেক, জিনটেক এচিলক নামেৰে বজাৰত এই ঔষধ উপলব্ধ৷ গেছ, এচিডিটি, পেটৰ বিষ হ’লে এই ঔষধ...

গ্ৰীষ্মকালত হোৱা এইবোৰ ৰোগৰ পৰা সাৱধান হওক

বতৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ৰোগবোৰে নিজৰ ৰূপ সলনি কৰে আৰু ঋতু সলনি হোৱাৰ লগে লগে ই গুৰুতৰ ৰূপ ধাৰণ...

সাৱধান! চিগাৰেটৰ দৰেই ক্ষতিকাৰক শিংৰা

স্বাস্থ্য মন্ত্ৰ্যালয়ে সমস্ত কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কেণ্টিনত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জেলেপি আৰু...

ইনছুলিনৰ বিকল্প হিচাপে ডায়েবেটিছ নিৰ্মূলৰ বাবে অগ্নাশয়ৰ কোষ!

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা যায়, সম্পূৰ্ণ নিৰাময় নহয়৷ ইমানদিনে এই ধাৰণাই আছিল৷ ৰক্ত শৰ্কৰা বাঢ়ি গ’লে ৰোগীৰ অৱস্থা বুজি খোৱাৰ ঔষধ বা ইনছুলিন...