Health Plus

4934 POSTS0 COMMENTS
http://newshealthplus.com

আশ্চৰ্যকৰ আৱিষ্কাৰমঙল গ্ৰহত শিলৰ টুপী

মঙল গ্ৰহত বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ শিলৰ আকৃতি আৱিষ্কাৰ কৰা হৈছে৷ গ্ৰহটোক অন্বেষণ কৰি থকা বিভিন্ন যানে এই আকৃতি তথা তথ্যৰ যোগান ধৰিছে৷...

বিশ্বৰ আটাইতকৈঠাণ্ডা গাঁও ক’ত আছে

পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা গাঁওখন আছে ছাইবেৰিয়াত৷ ৰাছিয়াৰ ছাখা ৰিপাব্লিকৰ অন্তৰ্গত এই গাঁওখন৷ গাঁওখনত আটাইতকৈ গৰম দুপৰীয়াৰ তাপমাত্ৰা হ’ল-৪০০ চেলচিয়াছ৷ গাঁওবাসীয়ে সহিব পৰা...

জলবায়ুৰ পৰিৱৰ্তনে অনা ভাবুকিক লৈভাৰতত এক ব্যতিক্ৰমী সজাগতা

আই আই টি, ব’ম্বেৰ এজন অধ্যাপকে ২০২০ চনৰ শেষ ভাগৰ পৰা সৌৰশক্তিৰ বিষয়ে আৰু জলবায়ুৰ পৰিৱৰ্তনৰ পৰা অহা ভাবুকিৰ বিষয়ে জনসাধাৰণৰ মাজত...

বৰবিহ : বজাৰৰ পানী খাওঁতে সাৱধান হওক

এটুপি খোৱাপানীৰ নামত আপুনি কি খাইছে? যদি বজাৰৰ পৰা মিনাৰেল ৱাটাৰৰ বটলৰ পানী ক্ৰয় কৰি আপুনি ভালকৈ পৰীক্ষা কৰি চাই খোৱা নাই...

উদ্বেগজনক খবৰ : নৰ্থ গ্ৰীনলেণ্ডত বৰফৰ তৰপ ৩৫ শতাশ হ্ৰাস

সমগ্ৰ বিশ্বত জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ এটা উদ্বেগজনক খবৰ আহিছে নৰ্থ গ্ৰীনলেণ্ডৰ পৰা৷ নৰ্থ গ্ৰীনলেণ্ডৰ বৰফৰ তৰপবোৰৰ আয়তন...

মানসিক সমস্যা দূৰকৰিব পাৰে সুস্বাদু খাদ্যই

সুস্বাদু খাদ্যই মানুহৰ মানসিক চাপ আৰু মানসিক সমস্যা দূৰ কৰাত সহায় কৰে৷ এই কথা প্ৰকাশ পাইছে আমেৰিকাৰ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এটা...

নামনি অসমৰ একমাত্ৰ যক্ষ্মাচিকিৎসা কেন্দ্ৰৰ শোচনীয় অৱস্থা

নামনি অসমৰ একমাত্ৰ যক্ষ্মা চিকিৎসা কেন্দ্ৰ ধুবুৰী যক্ষ্মা হস্পিটেল বৰ্তমান সময়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে৷ প্ৰায় ১০ বিঘা মাটিকালিৰে আৱৰি থকা...

বিৰল দৃশ্য : হঠাৎ ৰক্তবৰ্ণ হৈ উঠিল মংগোলিয়াৰ আকাশ

হঠাৎ ৰক্তবৰ্ণ হৈ উঠিল আকাশ৷ এনে এক আ(ৰ্যকৰ ঘটনা দেখিবলৈ পোৱা গ’ল চীনৰ স্বায়ত্তশাসিত অঞ্চল মংগোলিয়াত৷ মংগোলিয়াৰ জনগণই মুকলি আকাশত দেখিবলৈ পালে...

অতিমাত্ৰা উত্তপ্ত পৰিৱেশৰবুধ গ্ৰহতো জীৱন !

পৃথিৱীৰ বাদে আমাৰ সৌৰজগতত আন গ্ৰহত জীৱৰ সন্ধানত বিজ্ঞানীসকলে অনুসন্ধান চলাই আছে৷ বিজ্ঞানীসকলে এই দিশত ঘাইকৈ গুৰুত্ব আৰোপ কৰি আহিছে মঙল গ্ৰহক৷...

প্ৰতিবছৰে বায়ু প্ৰদূষণে ভাৰততপ্ৰাণ লয় ২১ লাখ লোকৰ

ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ চৰকাৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠান তথা সংস্থাই বায়ু প্ৰদূষণৰ মাত্ৰা কমোৱাৰ চেষ্টা চলাই আছে...

TOP AUTHORS

Most Read

কেঞ্চাৰৰ শংকা ! গেছৰ ঔষধ ৰেনটেক-জিনটেকৰ লৈ তদন্তৰ নিৰ্দেশ

ৰেণ্টিডিন হ’ল হিষ্টামিন-২ ব্লকাৰ গ্ৰুপৰ ঔষধ৷ ভাৰতত ৰেনটেক, জিনটেক এচিলক নামেৰে বজাৰত এই ঔষধ উপলব্ধ৷ গেছ, এচিডিটি, পেটৰ বিষ হ’লে এই ঔষধ...

গ্ৰীষ্মকালত হোৱা এইবোৰ ৰোগৰ পৰা সাৱধান হওক

বতৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ৰোগবোৰে নিজৰ ৰূপ সলনি কৰে আৰু ঋতু সলনি হোৱাৰ লগে লগে ই গুৰুতৰ ৰূপ ধাৰণ...

সাৱধান! চিগাৰেটৰ দৰেই ক্ষতিকাৰক শিংৰা

স্বাস্থ্য মন্ত্ৰ্যালয়ে সমস্ত কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কেণ্টিনত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জেলেপি আৰু...

ইনছুলিনৰ বিকল্প হিচাপে ডায়েবেটিছ নিৰ্মূলৰ বাবে অগ্নাশয়ৰ কোষ!

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা যায়, সম্পূৰ্ণ নিৰাময় নহয়৷ ইমানদিনে এই ধাৰণাই আছিল৷ ৰক্ত শৰ্কৰা বাঢ়ি গ’লে ৰোগীৰ অৱস্থা বুজি খোৱাৰ ঔষধ বা ইনছুলিন...