দেহ সুস্থ ৰখাৰ একেবাৰে সহজ টিপ্‌ছ

0
332
ব্যস্ততাপূৰ্ণ জীৱনত শৰীৰটোৰ যত্নৰ কথা আমি প্ৰায়ে পাহৰোঁ৷ কেৱল যেতিয়া বেমাৰ হয়, তেতিয়াহে চিকিৎসকৰ ওচৰলৈ যোৱাৰ কথা মনলৈ আহে৷ কিন্তু যদি আমি বেমাৰটো হোৱাৰ আগতে ইয়াৰ প্ৰতিৰোধৰ উপায় উলিয়াই লওঁ, তেতিয়া নিশ্চয় আমি যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিম৷

[১] পানীত মৌ মিশ্ৰণ কৰি কুলকুলালে বা লং মুখত লৈ চুহিলে সঘনাই পানী পিয়াহ লগা সমস্যা দূৰ হয়৷

7 Best Natural Cough Remedies and Prevention


[২] আপুনি যদি শকত দেহৰ সমস্যাত ভুগিছে, তেন্তে নিয়মিতভাৱে সূৰ্য মুদ্ৰা কৰক৷ ই আপোনাৰ শৰীৰৰ মেটাবলিজম বৃদ্ধি কৰি পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে৷ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷

Top 3 Mudras for Better Digestion


[৩] কপালৰ কুমত নিয়মিতৰূপে গৰুৰ ঘিউৰে মালিচ কৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়৷

Maneuvers for Treating Headaches


[8] ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু ক’লা দাগ আঁতৰ কৰিবলৈ তুলসীৰ পাত পিচি লগালে সুফল লাভ কৰিব পাৰি৷

10 Best Homemade Tulsi Face Packs For Acne, Dark Spots and Glow


[৫] খং নিয়ন্ত্ৰণ কৰিবলৈ ডাৰ্ক চকলেট খাওক৷ ডাৰ্ক চকলেটে Endorphins আৰু Serotonin নিঃসৰণ কৰি মগজুক শান্তি প্ৰদান কৰে৷

Is Dark Chocolate Keto-Friendly?

LEAVE A REPLY

Please enter your comment!
Please enter your name here