পিঠিৰ বিষ দূৰ কৰিবলৈ এইবিধ Dry fruits খাওক

0
19

আজিকালি বহুতৰ ক্ষেত্ৰতে অফিচ-কাছাৰীত দিনৰ দিনটো চকী বহিয়েই কামৰ ব্যস্ত হৈ থাকিবলগীয়া হয়৷ এইদৰে আঠ-দহ ঘণ্টা কম্পিউটাৰ, লেপটপৰ সন্মুখত বহি বহিয়েই কাম কৰাৰ ফলত পিঠিৰ বিষ আৰম্ভ হয় আৰু এটা পৰ্যায়ত জটিলতাই দেখা দিয়ে৷ অৱশ্যে পিঠিৰ বিষৰ আন বহুতো কাৰণ আছে৷ যিয়েই নহওক, আপোনাৰো যদি এনেধৰণৰ সমস্যা আছে, তেনেহ’লে Dry fruits কিচমিচ খাব পাৰে৷ পিঠিৰ বিষ নিৰাময়ত কিচমিচে যথেষ্ট সহায় কৰে৷ নিয়মিতভাৱে কিচমিচ খোৱাৰ ফলত অকল পিঠিৰ বিষ ক্ষেত্ৰতো নহয়, শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰিব পাৰে৷ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে ভিটামিন আৰু পুষ্টিৰ যোগান ধৰে৷ শাৰীৰিক দুৰ্বলতা নোহোৱা কৰিবলৈ পুৱাই তিওৱা কিচমিচ খোৱাৰ অভ্যাস কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here