পুৰুষাংগক শক্ত তথা অধিক কাৰ্যক্ষম কৰাৰ উপায়

0
366


বহুতৰে মনত এটা সাধাৰণ ধাৰণা আছে যে আৰামদায়ক যৌন সংগমৰ বাবে তথা নিজৰ সংগীৰ আত্মতুষ্টিৰ কাৰণে যৌনাংগ বা পুৰুষাংগটোক লৈ সচেতন থকা দৰকাৰ৷ বিশেষকৈ পুৰুষৰ মাজত লিংগৰ আকাৰ সম্পৰ্কে ভীষণ কৌতূহল থাকে৷ কিয়নো তেওঁলোকে যৌন সংগমৰ সময়ত নিজৰ সংগীজনীক চৰম আনন্দ দিবৰ বাবে যত্নপৰ হয়৷ যিটো নেকি পুৰুষাংগৰ আকাৰৰ নিৰ্ভৰ কৰে, নিজৰ ছেক্স ড্ৰাইভৰ ওপৰত ভিত্তি কৰি৷ গৱেষকৰ মতে মহিলাসকলৰ যৌন পৰিতোষৰ কাৰণে পুৰুষাংগৰ জি স্পটটোক গৰম কৰা জৰুৰী৷ মহিলাসকলৰ জি স্পট যোনিৰ মাজত অৱস্থিত৷ এইটো এনে এটা স্থান, য’ত মহিলাসকলৰ উত্তেজিত কৰাৰ স্থান বুলি কোৱা হয়৷ বহু পুৰুষে বিশ্বাস কৰে যে যিসকলৰ পুৰুষাংগ ডাঙৰ হয়, তেনে পুৰুষে সহজে জি স্পট গৰম কৰিব পাৰে৷ সেয়ে পুৰুষাংগ শক্ত বা ডাঙৰ আৰু কাৰ্যক্ষম কৰিবলৈ কি কৰিব জানো আহক৷
পুৰুষাংগ শক্ত, মোটা কৰাৰ সকলোতকৈ নিৰাপদ আৰু দীৰ্ঘস্থায়ী সমাধান হ’ল ব্যায়াম৷ বিভিন্ন এছীয় আৰু আফ্ৰিকান সংস্কৃতিৰ মাজত এই ব্যায়ামবোৰ পুৰুষাংগ ডাঙৰ বা মোটা কৰাৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ হৈছে বহু বছৰ ধৰি৷ অতএব, যিসকল পুৰুষ তেওঁলোকৰ পুৰুষাংগৰ আকাৰ সম্পৰ্কে উদ্বিগ্ন, তেনে পুৰুষে ব্যয়বহুল তথা ক্ষতিকাৰক চিকিৎসাৰ উপায় লৈ পৰীক্ষা কৰাৰ পৰিৱৰ্তে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত৷ পুৰুষৰ লৈ কৰা গৱেষণা অনুযায়ী ব্যক্তিৰ পুৰুষাংগৰ ছাইজ জ্জ্ব.১২ চেণ্টিমিটাৰ বা ৩.২ ইঞ্চি হয় সাধাৰণ বা কোমল অৱস্থাত, তেতিয়া এইটো স্বাভাৱিক ছাইজ বা আকাৰৰ৷ যদি উত্থিত অৱস্থাত পুৰুষাংগৰ ছাইজ জ্ঝ.১৪ চেণ্টিমিটাৰ হয়, সেইটো পুৰুষৰ গড় দৈৰ্ঘ্য৷ কোনো ইৰেকশ্যন অবিহনে পুৰুষাংগ .১২ চেণ্টিমিটাৰ হ’লে সেইটো গড় বেধ৷
লিংগ ডাঙৰ কৰিবলৈ নিয়মিত ব্যায়াম কৰাৰ উপৰি খাদ্যাভ্যাসও বজাই ৰখাটো ভাল৷ কিছুমান প্ৰাকৃতিক উপায়েৰে পুৰুষাংগ ডাঙৰ কৰা সহায় কৰে৷ আল্টিমেট ষ্ট্ৰেচাৰ– এই ব্যায়ামটো যিসকল পুৰুষাংগৰ ছাইজক লৈ চিন্তিত তেনে লোকে কৰিব পাৰে৷ এই ব্যায়াম আৰম্ভ কৰাৰ আগতে শৰীৰটো ৰিলাক্স কৰি লোৱা জৰুৰী৷
কেগেল ব্যায়াম– এই এটা জনপ্ৰিয় ব্যায়াম৷ এই ব্যায়াম কৰিলে উন্নত ৰক্ত সঞ্চালন তথা পুৰুষৰ পুৰুষাংগৰ ইৰেকশ্যনৰ সময় বৃদ্ধি কৰাৰ বাবে সহায়ক হয়৷ এই ব্যায়াম কৰিলে পুৰুষাংগৰ শিথিলতাৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here