হেপ্পিনেছ ইনডেক্সৰ ভিত্তিতমিজোৰাম আটাইতকৈ সুখী ৰাজ্য

0
331


গুৰগ্ৰামৰ মেনেজমেণ্ট ডেভেলপমেণ্ট ইন্‌ষ্টিটিউটৰ কৌশল বিভাগৰ অধ্যাপক ৰাজেশ কে পিল্লানিয়াই চলোৱা এক অধ্যয়নত মিজোৰামক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সুখী ৰাজ্য হিচাপে ঘোষণা কৰা হয়৷ প্ৰতিবেদনখনৰ মতে ১০০ শতাংশ সাক্ষৰতাৰ উপনীত হোৱা ভাৰতৰ দ্বিতীয়খন ৰাজ্য মিজোৰামে অতি প্ৰতিকূল পৰিস্থিতিতো ছাত্ৰ-ছাত্ৰীসকলক বিকাশৰ সুযোগ দিছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে পৰিয়ালৰ সম্পৰ্ক, কামৰ সৈতে জড়িত বিষয়, সামাজিক বিষয় আৰু দেশ হিতৈষী, ধৰ্ম, ক’ভিড-১৯১ প্ৰভাৱ আৰn শাৰীৰিক আৰু মানসিক স্বাস্থ্যকে ধৰি ছটা মানৰ ভিত্তিত মিজোৰামৰ হেপ্পিনেছ ইনডেক্স বা সুখৰ সূচক নিৰ্ণয় কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here