বাতকৰ্মত বিৰাট দুৰ্গন্ধ হোৱাৰ কাৰণ কি?

0
60

বাতকৰ্ম বা পাদ আমাৰ শৰীৰৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ ফাৰ্টিং বা বাতকৰ্ম আমাৰ শৰীৰ সকলোতকৈ স্বাভাৱিক তথা প্ৰাকৃতিক কাৰ্যবোৰৰ ভিতৰত এটা৷ এই প্ৰক্ৰিয়া আমাৰ পাচনতন্ত্ৰই কিমান ভাল বা বেয়া কাম কৰে তাৰ সৈতে জড়িত৷ আমাৰ বহুতৰে বাতকৰ্ম হয়তো অত্যন্ত বেয়া গোন্ধ বাহিৰ হয়৷ কিছুমান লোকৰ পাদত অতি বেয়া গোন্ধ ওলায়, য’ত মানুহ থকাটোৱে কঠিন হৈ পৰে৷ ইয়াৰ পাছত থকা কাৰণবোৰ জনা উচিত৷
আচলতে পাকস্থলীত গেছৰ চাপ বাঢ়ি গ’লে মলদ্বাৰৰ পৰা শব্দসহ বা শব্দ অবিহনে গেছ নিৰ্গত হোৱাকে বাতকৰ্ম বা পাদ যোৱা বুলি কয়৷ বাতকৰ্ম কৰাৰ সময়ত প্ৰতিবাৰেই যেন গোন্ধ বেয়া হ’ব, সেইটোও নহয়৷ কেতিয়াবা বাতকৰ্ম কৰিলে কোনো গোন্ধ নাথাকে৷ সাধাৰণতে বৃহদন্ত্ৰৰ বেক্টেৰিয়াই আমাৰ খাদ্য বা আন বস্তুবোৰক বিপাক কৰে, আৰু যিবোৰ বিপাক কৰিব নোৱাৰে, তেতিয়াই পেটত গেছৰ সৃষ্টি হয় বাবে অত্যন্ত দুৰ্গন্ধ ওলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here