বগা হোৱাৰ পাঁচটা সহজ টিপ্‌ছ

0
1682

আপুনিও এখন ধুনীয়া, বগা আৰু দাগবিহীন ছালৰ গৰাকী হ’বলৈ বিচাৰে নেকি? তেন্তে লওক এইকেইটা টিপ্‌ছ-


(১) ছালৰ ৰং বগা কৰিবলৈ অমিতা আৰু কল বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে পকা অমিতা আৰু কল একেলগে ফেনেকি তাত অলপ মৌ মিহলি কৰি ল’ব লাগে৷ তাৰ পাছত মিশ্ৰণটো ২০ মিনিটমান মুখত লগাই শুকোৱাৰ পাছত ধুই দিলে সুফল পোৱা যায়৷

5 Face Masks for Beautiful Skin (Fix Your Skin Problems) | Fab How


(২) দৈ আৰু চাউলৰ গুৰিয়েও ছালৰ ৰং বগা কৰে৷ ইয়াৰ বাবে এই দুয়োবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি আধা ঘণ্টামান মুখত লগাই শুকোৱাৰ পাছত ভালকৈ ঘঁহি ঘঁহি ধুই দিব লাগে৷

Top 10 Ways to Use Yogurt for Skin and Hair | Fab How


(৩) হালধি আৰু দৈ মিশ্ৰণ কৰি ছালত লগালেও ছাল বগা আৰু মসৃণ হয়৷

Homemade Yogurt, Turmeric and Gram Flour Mask To Remove Upper Lip Hair How To Use - YouTube


(8) নেমুৰ ৰসত থকা এণ্টিঅক্সিডেণ্টে ছালৰ ৰং উন্নত কৰাত সহায় কৰে৷ ইয়াৰ বাবে আপুনি নেমুৰ ৰসৰ লগত অলপ পানী নাইবা মৌ মিশ্ৰণ কৰি দহ মিনিটমান মুখত লগাই ধুই দিব লাগে৷

Can You Use a Lemon to Lighten Your Skin? Risks, Benefits and What Works


(৫) তিয়ঁহৰ ৰস আৰু এলোভেৰা জেল একেলগে মিশ্ৰণ কৰি ছালত লগালেও ছালৰ ৰং বগা আৰু উজ্জ্বল হোৱাত যথেষ্ট সহায় কৰে৷

Homemade Cucumber And Aloe Vera Face Mask Will Cool Skin In Summer

LEAVE A REPLY

Please enter your comment!
Please enter your name here