চকুৰ তলৰ ক’লা পৰাআঁতৰ কৰক এইবিধিৰে

0
2
চকুৰ গুৰি ক’লা পৰা সমস্যাটো প্ৰায় মানুহৰ ক্ষেত্ৰতে দেখা যায়৷ মানুহগৰাকী দেখিবলৈ যিমানেই ধুনীয়া নহওক কিয়, যদিহে চকুৰ তল ক’লা পৰা হয়, তেন্তে তেওঁৰ সৌন্দৰ্যত আঘাত হনাৰ লেখীয়া হয়৷ পৰ্যাপ্ত পৰিমাণৰ টোপনি নোহোৱা, অত্যধিক চিন্তা, মানসিক অৱসাদ এইবোৰ কাৰণতেই সাধাৰণতে চকুৰ তল ক’লা পাৰে৷ এই সমস্যাৰ পৰা ৰেহাই পাবলৈ আপুনি গাখীৰ ব্যৱহাৰ কবিৰ পাৰে৷ এটা পাত্ৰত গাখীৰ, গোলাপ জল আৰু এলোভেৰা মিশ্ৰণ কৰি কিছু সময়ৰ বাবে ফ্ৰীজত ৰাখি থওক৷ তাৰ পাছত মিশ্ৰণটোত কপাহ তিয়াই লৈ চকুৰ ওপৰ আৰু তলত লগাওক৷ দেখিব এই বিধিৰ দ্বাৰা আপোনাৰ চকুৰ তল ক’লা পৰা সমস্যাৰ লগতে চকুৰ তল ফুটা সমস্যাও আঁতৰ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here