খহটা চুলিৰ বাবে Apple Cider Vinegar

0
814

Apple Cider Vinegar-ৰ বিষয়ে আপুনি নিশ্চয় জানে৷ ৰান্ধনীশালত বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে Apple Cider Vinegar ব্যৱহাৰ কৰা হয়৷ লগতে ঠাণ্ডা দিনত ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা আপুনি নিশ্চয় দেখিছে৷ কিন্তু চুলিৰ বিভিন্ন সমস্যাত যে Apple Cider Vinegar ব্যৱহাৰ কৰা হয়, এই কথা আপুনি জানেনে?

Is apple cider vinegar safe? What are its substitutes? | The Times of India


[১] Apple Cider Vinegar-ত প্ৰচুৰ পৰিমাণে এচিটিক এচিড পোৱা যায়, যিয়ে আমাৰ চুলিৰ Ph স্তৰৰ ভাৰসাম্যতা অটুট ৰখাত সহায় কৰে৷ ইয়াৰ ফলত মূৰৰ ছাল হাইড্ৰেট হৈ থাকে৷


[২] শুকান চুলি, খহটা চুলিৰ সমস্যাও নিৰাময় কৰে Apple Cider Vinegar-এ৷


[৩] Apple Cider Vinegar-ত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা যায়, যিবোৰে আমাৰ চুলি ভালে ৰখাত সহায় কৰে৷ যেনে– ভিটামিন-C আৰু ভিটামিন-B৷

The Incredible Benefits Of Apple Cider Vinegar For Your Hair | Femina.in


[8] ইয়াত থকা Alpha-hydroxy acid-এ মূৰৰ ছালৰ মৃতকোষসমূহ পৰিষ্কাৰ কৰে৷


[৫] চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত Apple Cider Vinegar-এ সহায় কৰে৷


[৬] চুলি সৰা বন্ধ কৰা, মূৰৰ ময়লা পৰিষ্কাৰ কৰি চুলিৰ তেলেতীয়া ভাব দূৰ কৰা, উফিৰ সমস্যা আদিত Apple Cider Vinegar কাৰ্যকৰী৷


কেনেকৈ ব্যৱহাৰ কৰিব–
*অলপ পানীৰ লগত Apple Cider Vinegar মিশ্ৰণ কৰি ছেম্পু কৰাৰ পাছত চুলিত লগাই কেইমিনিটমানৰ পাছত ধুই দিব লাগে৷

*নাইবা ছেম্পুৰ লগত Apple Cider Vinegar কেইচামুচমান মিশ্ৰণ কৰি লগালে খহটা চুলিৰ সমস্যাৰ সমাধান পোৱা যায়৷

8 Ways To Use Apple Cider Vinegar For Hair | Makeupandbeauty.com


*একাপ দৈৰ লগত Apple Cider Vinegar অলপ মিশ্ৰণ কৰি লগালেও চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here