এক মিনিটত বিউটি টিপ্‌ছ

0
630
ব্যস্ততাপূৰ্ণ জীৱনত দৈনিক ধূলি-বালিৰ মাজেৰে কাম কৰি থকাৰ ফলত ছালখনৰ যতন ল’বলৈ যেন কাৰোৰে আহৰিয়েই নাই৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কেইটামান বিউটি টিপ্‌ছ, যাক অতি কম সময়তে ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰিব৷

[১] পকা অমিতা ফেনেকি মলমৰ দৰে ছালত সানিলে ছালৰ ক’লা দাগ নাইকিয়া হয় আৰু উজ্জ্বলতা বৃদ্ধি পায়৷

8 Effective Homemade Papaya Face Packs for Flawless, Glowing Skin


[২] তেজপাত সিজাই লৈ উঠি পানীখিনিত পদিনাৰ ৰস মিশ্ৰণ কৰি ছান বাৰ্নত সানিলে সুফল পোৱা যায়৷

7 Brilliant Benefits of Bay Leaf (Tejpatta) For Hair And Skin You Didn't Know


[৩] জলফাই তেলেৰে ৰাতি শোৱাৰ পূৰ্বে চকুত মালিচ কৰিলে চকুৰ তলৰ ক’লা দাগ আঁতৰ হয়৷

How Olive Oil Fades Dark Circles - YouTube


[8] মেথি গুটি পিচি দৈৰ সৈতে চুুলিত সানিলে উফি নিৰাময় হয়৷

Methi Seeds for Hair: How Fenugreek Seeds Can Prevent Hair Loss, Dandruff And Promote Thick Hair Growth | ? LatestLY


[৫] একাপ দৈত এটা আপেল মিশ্ৰণ কৰি ছালত সানিলে ছাল মাখনৰ দৰে মসৃণ হয়৷

Apple Raita Recipe - Chopped Apple Mixed with Lightly Spiced Yogurt

LEAVE A REPLY

Please enter your comment!
Please enter your name here