বাদামত কি আছে এনে ৰহস্য! What secret does Almond hold?

0
1552

বাদাম আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া শুনি হয়তো আপুনি আচৰিত হ’ব। এনেকুৱা কোন ব্যক্তি আছে যে যি বাদাম খাই বেয়া পায়! প্ৰ’টিন আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। শৰীৰৰ কটা-ছিঙা ঠাইখিনিও প্ৰ’টিনৰ সহযোগতহে সোনকালে শুকায়। বাদামত থাকে পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন।


১)স্মৃতি শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত বাদাম মহৌষধ। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে বাদাম সেৱন কৰা খুবেই ভাল।

Uncovering the Secrets of the Adolescent Brain


২) আমাৰ শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা( immune system ) বৃদ্ধিত বাদামে সাংঘাতিক অৰিহণা যোগায়। গতিকে এই ক’ভিডকালীন পৰিস্থিতিত বাদাম সেৱন কিমান উপকাৰী সেয়া আপুনি নিজেই অনুমান কৰক।

10 Amazing Facts About Your Immune System | Everyday Health


৩) গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বাদাম অন্য এক উত্তম খাদ্য।

Nuts During Pregnancy: Nutritional Benefits & Experts Advice


৪) চুলি সৰা বন্ধ কৰিবলৈ বাদাম খাওক

Hair Loss: 10 Causes, Treatments and Prevention Tips – SkinKraft


৫) দাঁত মজবুত কৰিবলৈ খাওক বাদাম

Stronger Teeth - How to Reverse Weakened Enamel | Dentistry.com


৬) চাল মিহি তথা সতেজ কৰি ৰাখিবলৈ বাদাম খোৱাটো জৰুৰী।

Handful of almonds are beneficial to overall healthy diet, says study | Express.co.uk


৭) হাৰ্ট (হৃদপিণ্ড বা কলিজা)ৰ অসুখত ভোগা লোকে বাদাম খালে বহুত উপকাৰ পাব

Time: Women Die From Heart Attacks More Often Than Men. Here's Why — and What Doctors Are Doing About It


৮) ডায়েবেটিছ ৰোগীসকলৰ বাবে বাদাম অতি উত্তম।

Two Ounces of Nuts per Day May Help pre-Diabetic and Diabetic Patients to Decrease their Fasting Glucose and Insulin Resistance | INC - International Nut and Dried Fruit Council


৯) শৰীৰৰ ওজন কমাবলৈ আপুনি বাদাম সেৱন কৰক।

Best weight loss: Do nuts and seeds help lose weight? Eat these to burn belly fat | Express.co.uk

১০) বাদামত ভিটামিন-E, মেগনেছিয়াম আৰু পটেছিয়াম থকাৰ বাবে ই তেজৰ মাজেৰে অক্সিজেন আৰু পুষ্টি সাধনকাৰী দ্ৰব্য সৰবৰাহত সহায় কৰে।

  • বি_দ্ৰ : এটা কথা মনত ৰাখিব- ৰাতি পানীত তিয়াই থোৱা বাদাম বা আলমণ্ড ৰাতিপুৱা বাকলি গুচাই খালে বেছি ভাল ফল পোৱা যায়। বাদাম গুড়ি কৰি গাখীৰৰ লগতো আপুনি খাব পাৰে।

বাদাম কোনে নাখাব :

১) উচ্চ ৰক্তচাপত( High Blood Pressure )ত ভোগা ৰোগীয়ে বাদাম অতিমাত্ৰাত নোখোৱাই ভাল।
২) শাৰীৰিক অসুস্থতাৰ বাবে যদি আপুনি যদি এণ্টিবাউটিক টেবলেট খাই আছে, তেন্তে বাদাম কেতিয়াও নাখাব।

মুঠতে বাদাম আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। আপোনাৰ সন্তানটোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ দিনটোৰ কোনো এক সময়ত তেওঁৰ হাতত তুলি দিয়ক কেইটামান বাদাম। টিপতে আপুনিও খাই থ‌ওক তিনি-চাৰিটামান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here