Fish Oil কি? জিম কৰাৰ আগত Fish Oil গ্ৰহণ কৰা কিয় ভাল? What is fish oil? How is it helpful before physical exercises?

0
400
Fish Oil হৈছে একপ্ৰকাৰৰ তেল, যাক মাছৰ তিছুৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াক বিশেষকৈ তেলাল মাছৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াত প্ৰচুৰ পৰিমাণে Omega-3 Fatty Acid পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়৷ আপুনি যদি তেলাল মাছ খাই ভাল নাপায়, তেন্তে Fish Oil টেবলেট বা চাপ্লিমেণ্টো গ্ৰহণ কৰিব পাৰে, যাতে আপোনাৰ শৰীৰত Omega-3 Fatty Acid-ৰ অভাৱ পূৰণ হয়৷ পিছে ৱৰ্ক আউট কৰাৰ আগত Fish Oil গ্ৰহণ কৰিলে কি লাভ হয় আপুনি জানেনে?

(১) Fish Oil-ত থকা Omega-3 Fatty Acid-এ আপোনাৰ ষ্টেমিনা বৰ্তাই ৰখাত সহায় কৰে, যাতে শৰীৰচৰ্চাৰ মাজত আপুনি ভাগৰি নপৰে৷

10 Simple Tips to Improve Your Running Stamina


(২) বডি বিল্ডিং কৰা লোকসকলে অধিক ওজন দাঙিবলগীয়া হোৱাৰ ফলত মাংসপেশী ফুলি উঠা বা বিষোৱা দেখা যায়৷ জিম কৰাৰ আগতে Fish Oil গ্ৰহণ কৰিলে ইয়াত থকা এণ্টিইনফ্লেমেটৰি গুণে মাংসপেশী ফুলি অহা আৰু বিষ কম কৰাত সহায় কৰে৷

Fish Oil Health Benefits and Supplementation


(৩) Fish Oil শৰীৰৰ চৰ্বি দহনত বিশেষভাৱে কাৰ্যকৰী৷ এক অধ্যয়নৰ মতে দৈনিক ৬ গ্ৰাম Fish Oil গ্ৰহণ কৰিলে শৰীৰৰ অতিৰিক্ত ফেট কম কৰাত সহায়ক হয়৷

63 Belly Fat Reduce Exercise Illustrations & Clip Art - iStock


(8) Fish Oil-ত থকা Omega-3 Fatty Acid-এ শৰীৰৰ নতুন কোষ আৰু মাংসপেশী গঠন কৰাত সহায় কৰে৷

How to Gain a Pound of Muscle - Best Plan For Muscle Growth

LEAVE A REPLY

Please enter your comment!
Please enter your name here