Health Plus

4800 POSTS0 COMMENTS
http://newshealthplus.com

আয়ুষ্মান ভাৰত যোজনাত অন্তৰ্ভুক্ত হ’ল কভিডৰ বিনামূলীয়া চিকিৎসা

যিকোনো হাস্পতালত কৰ’নাৰ চিকিৎসা কৰাবৰ বাবে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আৰু হাস্পতাল কতৃৰ্পক্ষই এই ক্ষেত্ৰত কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব৷ প্ৰতিখন...

এবাৰ কভিড-১৯ পজিটিভ হোৱা ব্যক্তিৰ পুনৰ আৰ টি পি চি আৰ টেষ্ট কৰাব নালাগে :আই চি এম আৰ

কভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সময়ত কভিড-১৯ টেষ্টিঙৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ কিছুমান...

সাৱধান! অক্টোবৰত আহিব পাৰে কৰ’নাৰ তৃতীয়টো ঢৌ

কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ অৱস্থা তচ্‌নচ্‌ কৰি পেলাইছে৷ ইয়াৰ সমান্তৰালকৈ দেশৰ নাগৰিকৰ গতিও পানীত হাঁহ নচৰা অৱস্থা...

উশাহ-নিশাহত ওলোৱা ক্ষুদ্ৰ কণাৰ জৰিয়তে কৰ’না ভাইৰাছ সংক্ৰমিত হ’ব পাৰে

বিজ্ঞানীৰ মতে, বন্ধ কোঠা বা কাৰ্যালয় এতিয়া সংক্ৰমণৰ নতুন কেন্দ্ৰ হৈ পৰিছে৷ কৰ’না ভাইৰাছত বায়ুত ওপঙি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ জৰিয়তে কেইবা...

দেশত নকল ৰেমডেছিভিৰ পয়োভৰ

তেওঁলোকে ৰেমডেছিভিৰৰ এবটল নকল ঔষধৰ ইনজেক্‌শ্যন প্ৰস্তুত কৰোঁতে ব্যয় কৰিছিল ৮০ টকা৷ এই ইনজেক্‌শ্যন দালালক ৬ হাজাৰ টকাত বিক্ৰী কৰিছিল৷ দালালে প্ৰতিপালিত...

এইম্‌ছৰ সঞ্চালকৰ মত : অক্সিজেনৰ মাত্ৰা ৯২ শতাংশ হ’লেও আতংকিত হ’ব নালাগে

যদি আপোনাৰ অক্সিজেন ছেটুৰেশ্যন লেভেল প্ৰায় ৯৪ শতাংশ, তাৰ অৰ্থ হ’ল যে আপোনাৰ দেহত যথেষ্ট অক্সিজেন আছে৷ ভাৰতস্থিত অখিল...

ৰাজ্যসমূহে অচিৰেই পাব ১০ লাখ ২৫ হাজাৰ কভিড ভেক্‌চিন

কেন্দ্ৰই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৭.৩৫ কোটিৰো অধিক ভেক্‌চিন বিনামূলীয়াকৈ যোগান ধৰিছে৷ মন্ত্ৰ্যালয়ে কয় যে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত...

ক’উইনত চাৰিটা সংখ্যাৰ ছিকিউৰিটি ক’ড প্ৰৱৰ্তন

হিতাধিকাৰীজন ভেক্‌চিনৰ বাবে যোগ্য বুলি বিবেচিত হ’লে ভেক্‌চিন দিয়াৰ আগতে ভেক্‌চিন দিওঁতাজনে হিতাধিকাৰীজনক তেওঁৰ চাৰিটা সংখ্যাৰ ক’ডটো সুধিব আৰু তাৰ পাছত ক’উইন...

খৰাং বতৰে বিশ্বত অসমৰ চাহৰ সমাদৰ কমাব নেকি?

বিশ্বৰ মানসন্মত চাহ উৎপাদনকাৰী ৰাষ্ট্ৰসমূহৰ সন্মুখত অসমৰ চাহৰ ওপৰত প্ৰতিকূল বতৰে আঘাত হানিছে৷ বিশেষকৈ অসমত মানসন্মত চাহ...

দেশত সম্পূৰ্ণ লকডাউন ঘোষণাৰ সম্ভাৱনা

উল্লেখযোগ্য যে ৰাজস্থান, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, ছট্টিশ¸গড়, বিহাৰ, ওড়িষা, পুডুচেৰী, জম্মু আৰু কাশ্মীৰ আৰু মিজোৰামত লকডাউন ঘোষণা কৰা হৈছে৷

TOP AUTHORS

Most Read

ৰ’দে পোৰা ছালৰ সমাধানৰ বাবে লগাওক চন্দনৰ এই ফেচপেক

ছালখনৰ ঔজ্জ্বল্য ঘূৰাই আনিব পাৰে চন্দন ব্যৱহাৰৰ জৰিয়তে৷ চন্দনৰ সুগন্ধি গুৰিৰে ফেচপেক প্ৰস্তুত কৰি ৰ’দে পোৰা ছালখন সুস্থ তথা স্বাস্থ্যৱান কৰিব পাৰে৷...

হে’ল্‌থি ফুড-প্ৰ’টিনৰ ভাণ্ডাৰ পিনাট বাটাৰ কিয় খাব লাগে?

সমগ্ৰ বিশ্বতে পিনাট বাটাৰৰ বহুল জনপ্ৰিয়তা আছে৷ প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনযুক্ত হোৱা হেতুকে ইয়াক হেলথি ফুড হিচাপে বিবেচনা কৰা হয়৷ অকল এয়াই...

এই মাছ খোৱাৰ অভ্যাস কৰক প্ৰাকৃতিকভাৱে বাঢ়িব কোলাজেন

আমাৰ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান হ’hল কোলাজেন৷ হাড়, পেশী, ছাল এই সকলোবোৰৰ সুৰক্ষাত এই উপাদানৰ বিশেষ ভূমিকা থাকে৷ ছালখনত বলিৰেখাৰ দূৰ...

মনৰ বিষণ্ণতাই শৰীৰ মোটা হোৱাৰ প্ৰৱণতা বঢ়ায় নেকি?

মন বেয়া লাগি থকা বা বিষণ্ণতাই অকল মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলায় এনে নহয়, শৰীৰকো প্ৰভাৱিত কৰে৷ বিশেষজ্ঞই জনোৱা মতে, দীৰ্ঘদিন...