ৰিমোভাৰ নোহোৱাকৈও নেইল পলিচ আঁতৰাব পাৰি : কেনেকৈ? How to remove nail polish without using removers?

0
627

নেইল পলিচে এগৰাকী মহিলাৰ হাতৰ সৌন্দৰ্য বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে৷ নানা ৰঙৰ এই নেইল পলিচসমূহে হাতৰ শোভাবৰ্ধন দুগুণ কৰে৷ এটা ৰঙৰ নেইল পলিচ আঁতৰাই আন এটা ৰঙৰ নেইল পলিচ লগাবলৈ মহিলাসকলে ৰিমোভাৰ ব্যৱহাৰ কৰে৷ কিন্তু ঘৰত যদি ৰিমোভাৰ নাথাকে, তেন্তে বহুতেই ব্লেড বা কাটাৰৰ সহায়ত নেইল পলিচ আঁতৰাবলৈ চেষ্টা কৰে৷

1/2Pcs Stainless Steel Nail Polish Remover Art Accessories Cuticle Peeler Scraper Remove Gel Nail Polish Nail Art Remover Set|Nail Polish Remover| - AliExpress

কিন্তু এনেদৰে নেইল পলিচ আঁতৰোৱাৰ সময়ত নখ খহটা হৈ আনকি কটাৰ সম্ভাৱনাও থাকে৷ সেয়েহে আপোনাৰ ঘৰত যদি ৰিমোভাৰ নাই, তেন্তে এইসমূহ উপায় অৱলম্বন কৰি আপুনি নেইল পলিচ আঁতৰাব পাৰে৷


(১) আপুনি ৰিমোভাৰৰ সলনি টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ টুথপেষ্টত থকা ইথাইল এচিটেট (Ethyl acetate) উপাদানে ৰিমোভাৰৰ দৰে কাম কৰে৷

How to Remove Nail Polish In A Safe Way | Styles At Life


(২) আন এটা উপায় হৈছে পাৰফিউম৷ সামান্য পাৰফিউম নখত স্প্ৰে’ কৰি কপাহেৰে মচি দিলে নেইল পলিচ আঁতৰি আহে৷

Simple tips for How to Remove Nail Paint and Cloths Stains


(৩) নাইবা ছেনিটাইজাৰেৰেও আপুনি নখৰ পৰা নেইল পলিচ আঁতৰাব পাৰে৷


(8) একেদৰে আপুনি জানি আচৰিত হ’ব যে নেইল পলিচেৰেও নেইল পলিচ আঁতৰাব পাৰি৷ ইয়াৰ বাবে আপুনি পুৰণা নেইল পলিচৰ ওপৰত নতুন নেইল পলিচ লগাই লগে লগে কপাহেৰে মচি দিয়ক৷ দেখিব নেইল পলিচ আঁতৰি আহিছে৷

easy diy homemade natural nail polish remover recipe - Beauty Tips: खत्म हो गया है नेल पॉलिश रिमूवर, तो घर पर ऐसे बनाएं - Navbharat Times

LEAVE A REPLY

Please enter your comment!
Please enter your name here