২০৪৭ চনৰ ভিতৰত ভাৰতৰ বাৰ্ষিক জনমূৰি আয় কিমান হ’ব ?

0
183

যদি পৰৱৰ্তী ২৫ বছৰত ভাৰতৰ বাৰ্ষিক গড় বিকাশ ৭-৭.৫ শতাংশৰ ভিতৰত থাকে, তেন্তে ২০৪৭ চনলৈ ভাৰতৰ অৰ্থনীতি ২০ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ হ’বগৈ৷ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে এইদৰে কয়৷ ‘দ্য কম্পিটিটিভনেছ ৰোডমেপ ফৰ ইণ্ডিয়া এট দ্য ৰেট ১০০’ উন্মোচন কৰি দেবৰয়ে আৰু কয় যে যদি বাৰ্ষিক অৰ্থনৈতিক গড় বিকাশ ৭-৭.৫ শতাংশৰ ভিতৰত থাকে তেন্তে পৰৱৰ্তী ২৫ বছৰত দেশৰ বাৰ্ষিক জনমূৰি আয় ১০ হাজাৰ আমেৰিকান ডলাৰৰ বেছি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here