২০২৪-ৰ ভিতৰত ভাৰতীয় জন ঔষধি কেন্দ্ৰ বৃদ্ধিৰ লক্ষ্য

0
1317

২০২৪ চনৰ মাৰ্চৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ১০,০০০টালৈ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ে কয় যে ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০৬খন জিলাৰ ৩,৫৭৯টা ব্লকত জন ঔষধি কেন্দ্ৰ খুলিবলৈ আৱেদন আহ্বান কৰিছে৷
মন্ত্ৰ্যালয়ে আৰু জনায় যে ইতিমধ্যে এই আঁচনিৰ অধীনত ৭৩৯খন জিলাত যোৱা মাহলৈকে ৮,৬১০টা জন ঔষধি কেন্দ্ৰ খোলা হৈছে৷ মন্ত্ৰ্যালয়ে কয় যে এই আঁচনিৰ ফলত জনসাধাৰণৰ ১৫,০০০ কোটি টকা ৰাহি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here