হাতৰ মুঠিত স্বাস্থ্য-সম্বন্ধীয় কেইটামান টিপ্‌ছ

0
1136
স্বাস্থ্য সচেতন লোকসকলৰ বাবে আজি আমি লৈ আহিছোঁ হাতৰ মুঠিতে লাভ কৰিব পৰা কেইটামান বিশেষ টিপছ৷

(১) ভিটামিন-E কেপছুলৰ সৈতে সামান্য নাৰিকলৰ তেল মিশ্ৰণ কৰি চুলি আৰু মূৰৰ ছালত লগালে চুলি উজ্জ্বল আৰু মসৃণ হয়৷

Know how important vitamin E is for hair | NewsTrack English 1


(২) জামুৰ গুটি পিচি লৈ পানী নাইবা দৈৰ লগত সেৱন কৰিলে কেঞ্চাৰ আৰু পাথৰৰ সমস্যাৰ পৰা নিৰাময় পাব পাৰি৷

Jamun Beej: Let's Find The Uses Of This Magic Seed - Nattfru


(৩) শৰীৰৰ কোনো অংশত যদি কাঁইটে বিন্ধে আৰু কাঁইটডাল যদি ওলাই অহা নাই, তেন্তে আক্ৰান্ত অংশত হালধিৰ পেষ্ট লগাই দিলে কাঁইট নিজে নিজে ওলাই আহে৷

How to Help Heal Cuts and Wounds With Turmeric - One Green Planet


(8) তুলসীৰ পাত ৰ’দত শুকাই গুড়ি কৰি টুথপেষ্টৰ লগত মিহলাই দাঁত মাজিলে দাঁত বগা আৰু চিকচিকীয়া হয়৷

Why Are We Often Told Not To Chew Tulsi Leaves? - NDTV Food


(৫) অত্যধিক মূৰৰ বিষ হ’লে ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱাত বিশেষকৈ মাজভাগত সৰিয়হৰ তেলেৰে মালিচ কৰিলে আৰাম পোৱা যায়৷

The Topicals You Need for Massaging Feet - MASSAGE Magazine

LEAVE A REPLY

Please enter your comment!
Please enter your name here