সুখবৰ ! মঙল গ্ৰহত পানী থকাৰ নতুন তথ্য

0
176

গৱেষকৰ এটা ‘আইচ কেপ’ৰ তলত তৰল ৰূপত পানী থকাৰ নতুন তথ্য লাভ কৰিছে৷ কোনো এটা গ্ৰহৰ উচ্ছ অক্ষাংশৰ যিটো অঞ্চল বৰফেৰে ঢকা থাকে তাক ‘আইচ কেপ’ বুলি কোৱা হয়৷ নেচাৰ এষ্ট্ৰ’নমী পত্ৰিকাত প্ৰকাশিত এখন প্ৰতিবেদন, ৰাডাৰ তথা আন তথ্যৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে লাভ কৰা তথ্যৰ পৰা এই ইংগিত পোৱা গৈছে যে মঙল গ্ৰহৰ দক্ষিণ মেৰু অঞ্চলৰ তলত তৰল অৱস্থাত পানী আছে৷ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ সহযোগত তথা কেি¥্ৰ¤জ বিশ্ববিদ্যালয়ৰ নেতৃত্বত গৱেষকসকলে ইয়াৰ উচ্ছতাৰ সূক্ষ্ম পেটাৰ্ন চিনাক্ত কৰাৰ বাবে আইচ কেপৰ ওপৰৰ অংশত মহাকাশ যানৰ লেডাৰ-অিŒI×মিটাৰ মাপ ব্যৱহাৰ কৰা হৈছিল৷ পাছত তেওঁলোকে দেখুৱালে এই পেটাৰ্ন কম্পিউটাৰ মডেলৰ ভৱিষ্যদ্বাণীৰ সৈতে মিল আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here