সুকন্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

0
1532

২৭ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ অলপ আগতে দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি তেওঁ‌ শাৰীৰিক অসুস্থতাৰ হেতু হে’লথ্ চিটি হাস্পাতালত চিকিৎসাধীন হৈ অাছিল। উল্লেখ্য যে প্ৰয়াত শিল্পী খগেন মহন্ত আৰু সদ্যপ্ৰয়াত শিল্পী অৰ্চনা মহন্তৰ সুপুত্ৰ অংগৰাগ (পাপন) মহন্তই আজি কেইবাদিনৰ পৰা মাকৰ অসুস্থতাৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি আহিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here