সাৱধান! বহি বহিয়েই টোপনি যোৱাৰ অভ্যাস আছে নেকি আপোনাৰ ? Do you have the habit of falling asleep while sitting?

0
802
    বহি বহি টেবুলত কাম কৰি থাকোঁতে বা পঢ়ি থাকোঁতে আপুনিও কেতিয়াবা শুই যায় নেকি? এনেদৰে টেবুলতে মূৰটো থৈ শুই আৰাম লাগে ঠিকেই, কিন্তু ইয়াৰ পাছত ডিঙি, পিঠি তথা বাহুৰ অসহ্য বিষ হোৱাৰ অভিজ্ঞতা আপোনাৰ নিশ্চয় আছে৷ যদি আছে, তেন্তে ইয়াৰ কাৰণ হ’ল বহু দেৰিলৈ লৰচৰ নকৰাকৈ বহি থকা৷

Purchase > best headrest for flying, Up to 70% OFF

বহু দেৰিলৈ লৰচৰ নকৰাকৈ একেটা ভংগীতে বহি টোপনি মাৰি থাকিলে শৰীৰৰ গাঁঠিসমূহৰ যথেষ্ট অনিষ্ট সাধন হয়৷ পিঠিৰ বিষ, গাঁঠিৰ বিষ, গাৰ বিষ, ৰক্ত সঞ্চালন অনুন্নত হোৱাৰ লগতে Deep vein thrombosis হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়৷

What Are the Warning Signs of Deep Vein Thrombosis? | Tri-City Vein Center

Deep vein thrombosis এনে এক অৱস্থা, য’ত শৰীৰৰ যিকোনো সিৰাৰ ভিতৰত তেজ গোট মাৰি যায়৷ বিশেষকৈ ভৰিত এনে সমস্যা হোৱা দেখা যায়৷ এনেদৰে জমা হোৱা তেজৰ কোহ অন্য তেজৰ লগত শৰীৰৰ আন অংগলৈ প্ৰবাহিত হ’ব পাৰে আৰু ই যদি কেনেবাকৈ হাঁওফাঁও নাইবা মগজুলৈ গৈ পায়, তেন্তে ইয়াৰ পৰিণাম মৃত্যুৰ দৰে অতি ভয়াৱহ হ’ব পাৰে৷
অৱশ্যে গৰ্ভৱতী মহিলা, Sleep apnea-ত ভোগা ৰোগী আৰু হজমৰ সমস্যা থকা লোকসকলে তেওঁলোকৰ সুবিধা অনুযায়ী এনেদৰে শুলে অলপ হ’লেও সকাহ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here