শীতত মুখৰ ক’লা দাগ দূৰ কৰা পাঁচটা ফেচপেক || Five facepacks to remove black spots in winter

0
744

শীতকালত মুখত পৰা ক’লা দাগ সহজে আঁতৰি যাব, তাৰ বাবে এই ক’লা দাগ নোহোৱা কৰিবলৈ অৱশ্যে আপুনি মুখত ব্যৱহাৰ কৰিব লাগিব বিশেষ ধৰণৰ ফেচপেক৷ এই পাঁচবিধ ফেচপেক ঘৰতে প্ৰস্তুত কৰিব পাৰি আৰু ই অতি কম খৰচী৷ ঘৰতে পোৱা দুই-এপদ বস্তুৰে এই পেকসমূহ প্ৰস্তুত কৰিব পাৰিব৷ জানো আহক এই ফেচপেক কেনেকৈ তৈয়াৰ কৰিব৷


(১) মুখৰ ক’লা দাগ নোহোৱা কৰিবলৈ পকা কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ পকা কলৰ বাকলি পানীৰ লগত মিক্সিত মাৰি লৈ এটা পেষ্ট প্ৰস্তুত কৰক৷ এই পেষ্টটো মুখত লগালে ছাল উজ্জ্বল হোৱাৰ লগতে ক’লা দাগ নোহোৱা হয়৷

Uses Of Banana Peel For Hair And Skin | Femina.in


(২) মুখৰ ক’লা দাগৰ পৰা পৰিত্ৰাণ পাবলৈ নেমু অত্যন্ত কাৰ্যকৰী৷ নেমু ছালৰ সুৰক্ষাৰ বাবেও এটা ভাল উপাদান৷ নেমুত প্ৰাকৃতিক এচিড পোৱা যায় বাবে ছালৰ ক’লা দাগ নোহোৱা কৰে৷

When life gives you preserved lemons. . . | Food Features | Illinois Times


(৩) মুখত পৰা ক’লা দাগ দূৰ কৰাৰ বাবে গুৱামুৰি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে অলপ গুৱামুৰি পানীৰ সৈতে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণটো ভালদৰে মুখত ঘঁহি ১৫ মিনিটমান পাছত পানীৰে ধুই দিব৷

8 Health Benefits Of Drinking Fennel Seeds Or Saunf Water


(8) ভাতৰ মাৰ মুখত পৰা ক’লা দাগৰ বাবে এবিধ লাগতিয়াল সামগ্ৰী৷ ভাতৰ মাৰৰ সৈতে অলপ মৌ মিহলাই মুখত লগালে ক’লা দাগ নাইকিয়া হয়৷

Rice Water For Hair Growth: Side Effects, Results, Recipes And More


(৫) মুখত পৰা ক’লা দাগ দূৰ কৰাৰ বাবে পাণ ব্যৱহাৰ কৰিব পাৰে৷ কেইখিলামান পাণ গোলাপ জলৰ সৈতে পিচি লওক৷ এই মিশ্ৰণটো কিছুসময়ৰ বাবে মুখত লগাই ৰাখক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাব৷ এসপ্তাহমানৰ পাছত দেখিব ক’লা দাগ নাইকিয়া হৈ গৈছে৷

पान के पत्तों से दाग-मुंहासों से मिलेगा छुटकारा - Sabguru News


(৫) মুখত পৰা ক’লা দাগ দূৰ কৰাৰ বাবে পাণ ব্যৱহাৰ কৰিব পাৰে৷ কেইখিলামান পাণ গোলাপ জলৰ সৈতে পিচি লওক৷ এই মিশ্ৰণটো কিছুসময়ৰ বাবে মুখত লগাই ৰাখক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাব৷ এসপ্তাহমানৰ পাছত দেখিব ক’লা দাগ নাইকিয়া হৈ গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here