মূত্ৰাশয়ৰ পাথৰ গলাব পাৰে আপেলে

0
1466
আপেল সকলোৰে বাবে এবিধ প্ৰিয় ফল৷ ৰঙা চিকচিকীয়া আপেলকেইটা দেখিলে কাৰনো খাবলৈ মন নাযায়৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ই স্বাস্থ্যৰ শ্ৰীবৃদ্ধিৰ বাবেও যথেষ্ট উপকাৰী৷ প্ৰাচীন কালত গ্ৰীকসকলে আপেলক যৌৱন সঞ্জীৱনী হিচাপে ব্যৱহাৰ কৰিছিল৷

[১] কিয়নো আপেলে আমাৰ শুক্ৰ গঠন হোৱাত যথেষ্ট সহায় কৰে৷ যিয়ে যৌৱন অটুট ৰখাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে৷
[২] ইয়াৰ উপৰি আপেলে মূত্ৰাশয়ৰ পাথৰ নাশ কৰিব পাৰে৷ ইয়াৰ বাবে চাৰিটামান আপেলৰ বাকলি গুচাই সৰু সৰুকৈ কাটি এক লিটাৰ পানীত বিশ মিনিটমান উতলাই ঠাণ্ডা কৰি সেই পানী খাব লাগে৷ এনেদৰে খোৱাৰ ফলত মূত্ৰাশয়ৰ পাথৰ গলি প্ৰস্ৰাৱৰ লগত ওলাই আহে৷

8 incredible benefits of boiled apples on health – MY OK HEALTH


[৩] ৰাতিপুৱা কফিৰ পৰিৱৰ্তে আপেল খালে ই বহু দেৰিলৈ আমাৰ শৰীৰটোক সক্ৰিয় আৰু সতেজ কৰি ৰাখে৷ ইয়াত পোৱা প্ৰাকৃতিক চেনিয়ে কেফেইনৰ দৰে কাম কৰে৷

Cozy Cinnamon Apple Coffee Recipe (A Fall Delight!) - Coffee Affection


[8] আপেলত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়, যিয়ে শৰীৰত হিম’গ্লবিন বৃদ্ধিত যথেষ্ট সহায় কৰে৷
[৫] সৌন্দৰ্যচৰ্চাতো আপেল যথেষ্ট উপকাৰী৷ একাপ দৈত এটা আপেলৰ ৰস মিশ্ৰণ কৰি ছালত লগালে ছাল নিমজ আৰু উজ্জ্বল হয়৷

Apples & Yogurt Dip - Super Healthy Kids


[৬] ধূমপান কৰাসকলে নিতৌ দুটাকৈ আপেল খোৱা উচিত৷ কিয়নো ইয়াত থকা পেক্টিনে বিষাক্ত দ্ৰব্যবোৰ শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে৷

A man smoking marijuana joint through an apple. Light drugs concept Stock Photo - Alamy
মানসিক চিন্তা দূৰ কৰাত আপেল উপকাৰী৷ গতিকে নিতৌ এটাকৈ আপেল খাই শৰীৰ সুস্থ কৰাৰ লগতে মনটোক প্ৰফুল্লিত কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here