মাত্ৰ এসপ্তাহতে কৰক ওঁঠ গুলপীয়া

0
747
সকলোৱে নিজৰ মুখখনৰ সৌন্দৰ্যৰ কাৰণে সদায় সচেতন থাকে৷ কিন্তু কিছুমান কাৰণত ওঁঠৰ ক’লা ৰঙে আপোনাৰ সৌন্দৰ্যত আঘাত হানিব পাৰে৷ সেয়েহে ইয়াক প্ৰাকৃতিকভাৱে ঠিক কৰাটো অতি জৰুৰী৷ সেই কাৰণে আজি আমি লৈ আহিছোঁ কিছুমান ঘৰুৱা উপায়, যাৰ সহায়ত আপুনি অতি সহজতে আপোনৰ ওঁঠযুৰি গুলপীয়া কৰি ৰাখিব পাৰিব৷

[১] ৰাতি একাপ গাখীৰত পাঁচপাহমান গোলাপৰ পাহি তিয়াই থৈ ৰাতিপুৱা সেই পাহখিনিৰে এটা পেষ্ট বনাই পোন্ধৰ মিনিট ওঁঠত লগাই ৰাখি থৈ দিব লাগে৷ এনে কৰিলে ওঁঠ গুলপীয়া হয়৷

Know these health benefits of drinking milk with rose petals | Food | Manorama English


[২] এচামুচ চেনিত অলপ নেমুৰ ৰস মিহলাই তিনি মিনিটমান ওঁঠত স্ক্ৰাব্‌ কৰক৷ ই ওঁঠৰ মৃতকোষসমূহ পৰিষ্কাৰ কৰি ওঁঠ গুলপীয়া হোৱাত সহায় কৰে৷

Lavender Lip Scrub - Beauty Kitchen


[৩] নেমু ৰসৰ লগত অলপ মৌ মিহলাই দহ মিনিটমান ওঁঠত মালিচ কৰিব লাগে৷ ই আপোনাৰ ওঁঠযুৰিক ক’লা পৰাৰ পৰা বচাই ৰাখে৷

Get Pretty Pink Lips In Just 5 days From Lemon And Honey | Beauty Blog Home Remedies - YouTube


[৪] বিটৰ ৰস মৌৰ লগত মিশ্ৰণ কৰি লগালেও ওঁঠ গুলপীয়া হোৱাত সহায়ক হয়৷

Skin Whitening Beetroot Face Mask for Glowing & Fair Skin | World's Best Skin Whitening Face Mask - YouTube


[৫] দৈনিক ৰাতি শোৱাৰ আগতে আঙুলিত কেইটোপালমান বাদাম তেল লৈ লাহে লাহে ওঁঠ দুটা মালিচ কৰক আৰু গোটেই ৰাতিটো লগাই থৈ দিয়ক৷ ইয়াৰ ফলত আপোনাৰ ওঁঠ মসৃণ হোৱাৰ লগতে ক’লা পৰাও নাইকিয়া হ’ব৷

25 Amazing Benefits Of Almond Oil (Sweet) For Hair, Skin And Health
এনেধৰণৰ প্ৰাকৃতিক উপায় অৱলম্বন কৰি ওঁঠযুৰি সুন্দৰ আৰু গুলপীয়া কৰি তোলোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here