মাইগ্ৰেইনৰ পৰা সকাহ কেনেকৈ পাব?

0
725
মাইগ্ৰেইন– এটা অত্যন্ত যন্ত্ৰণাদায়ক মূৰৰ বিষ৷ এই মূৰৰ বিষ উঠিলে মূৰৰ এটা ফালৰ লগতে চকুৰ পৰা বিষ অনুভৱ হয়৷ চকু ফুলি উঠে, পোহৰ সহ্য নহয় আদি লক্ষণসমূহে দেখা দিয়ে৷ সাধাৰণতে অধিক স্ত্ৰেচ হ’লে মাইগ্ৰেইনৰ সমস্যা হোৱা দেখা যায়৷ এনে সমস্যাত ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷ ইয়াৰ উপৰি আপুনি ঘৰতে কিছু প্ৰাথমিক চিকিৎসা কৰি মাইগ্ৰেইনৰ পৰা যথেষ্ট সকাহ পাব পাৰে৷

(১) মাইগ্ৰেইন হ’লে আন্ধাৰ কোঠা এটাত কিছু সময় জিৰণি ল’ব বা শুবলৈ চেষ্টা কৰিব লাগে৷

Effects of Oversleeping - The Sleep Judge


(২) হঠাৎ মাইগ্ৰেইন হ’লে বিষ হোৱা অংশত আৰু চকুত আইচপেক দিলে আৰাম পোৱা যায়৷

Do ice cubes remove eye bags and dark circles? - Quora


(৩) বিষ হোৱা অংশ, গল, বাহু আদিত তেল বা ভিক্সেৰে মাচাজ কৰিলেও সকাহ পাব পাৰি৷ নাইবা এটা টেনিছ বল লৈ গল, পিঠি আদি অংশত লাহে লাহে অনা-নিয়া কৰিলে স্নায়ুসমূহে আৰাম পায়৷

How to Give a Neck Massage (with Pictures) - wikiHow


(8) নাৰিকল তেলৰ লগত অলপ কমলাৰ বাকলিৰ তেল মিশ্ৰণ কৰি কপালত মালিচ কৰিলে আৰাম পোৱা যায় নাইবা কমলাৰ বাকলিৰ তেল এখন ৰুমালত লৈ শুঙিলেও যথেষ্ট সকাহ পাব পাৰি৷

10 Benefits of Sweet Orange Essential Oil | TRAIN for HER


(৫) পদ্মাসন, বালাসন, অধোমুখোশৱাসন, মাৰ্জাৰি আসন আদি দৈনিক অভ্যাস কৰিলে মাইগ্ৰেইনৰ পৰা দূৰত থাকিব পাৰি৷

Simple Back Workout


(৬) মাইগ্ৰেইনৰ সমস্যাত গৰুৰ ঘি নাকত দিলে আৰাম পোৱা যায়৷

Cow Ghee At Home To Treat 30 Diseases, Must Read - घर बैठे करें गाय के घी से 30 रोगों का ईलाज, पढ़ें...हो सकता है आपके साथ भी हो कोई प्रॉब्लम | Patrika News


(৭) মাইগ্ৰেইনৰ অন্যতম কাৰণ হৈছে স্ত্ৰেচ৷ সেয়েহে যোগ, প্ৰাণায়াম, ধ্যান কৰি যিমান পাৰি মন-মগজু শান্ত কৰি ৰাখিব লাগে৷

10 Yoga Poses to Reduce Stress, Tension and Promote Mental Relaxation - Live Love Fruit

LEAVE A REPLY

Please enter your comment!
Please enter your name here