ভাৰতৰ পৰা উভতি যোৱা নাগৰিকৰ দেহত উলাল কোৰোনা ভাইৰাছৰ ১০ গুণ শক্তিশালী ষ্ট্ৰেইন?

0
1831

হেল্থ প্লাচ নিউজ, স্বাস্থ্যবাৰ্তাঃ

মালয়েছিয়াৰ স্বাস্থ্য বিভাগৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিসান আব্দুল্লাহে এটা ফেচবুক পষ্টত জনাইছ যে সম্প্ৰতি তেওঁলোকৰ দেশত কোৰোণা ভাইৰাছৰ এটা শক্তিশালী প্ৰটিন ষ্ট্ৰেইনৰ সন্ধান পোৱা গৈছে, যি আগৰ ভাইৰাছৰ তুলনাত দহগুণ অধিক শক্তিশালী। ইয়াৰ নাম দিয়া হৈছে DG14G।

ভাৰতৰ পৰা ঘুৰি যোৱাৰ পিছত এখন ৰেষ্টুৰেণ্টৰ মালিক তথা এজন বাসিন্দাৰ শৰীৰত এই শক্তিশালী কোৰোণা ভাইৰাছৰ অস্তিত্ব পোৱাৰ কথা জনাইছে প্ৰশাসনে। ইয়াৰ বাহিৰে ফিলিপিন্সৰ পৰা ঘুৰি অহা কোৰোণা আক্ৰান্তৰসকলৰ এটা ক্লাষ্টাৰৰ ক্ষেত্ৰতো এই শক্তিশালী ভাইৰাছৰ সন্ধান পোৱা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here