বৃহৎ পিংক ডায়মণ্ড আৱিষ্কাৰ : ক’ত ?

0
334

এংগোলাত ১৭০ কেৰেটৰ এটা বৃহৎ পিংক ডায়মণ্ড আৱিষ্কাৰ কৰা হৈছে আৰু ৩০০ বছৰত পোৱা এনেধৰণৰ এইটোৱেই বৃহত্তম ৰত্ন পাথৰ বুলি দাবী কৰা হৈছে৷ লুল’ ৰ’জ বুলি কোৱা এই হীৰা পোৱা হয় লুল’ এলুভিয়েল ডায়মণ্ড মাইনত৷ খনিটোৰ গৰাকী লুকাপা ডায়মণ্ড কোম্পানীয়ে ইয়াৰ ৱেবছাইটত এই ঘোষণা কৰে৷ লুল’ মাইনে ইতিমধ্যে দুটুকুৰা বৃহত্তম হীৰা পাইছিল আৰু তাৰ ভিতৰত এটুকুৰা আছিল ৪০৪ কেৰেটৰ স্বচ্চ হীৰা৷ এংগোলাত ইমান ডাঙৰ হীৰা আগতে পোৱা হোৱা নাছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here