বৃদ্ধাৱস্থাতো ডেকা হৈ থকাৰ কেইটামান টিপ্‌ছ

0
778

বৃদ্ধ বয়সতো ডেকা কিদৰে হৈ থাকিব?

দৰাচলতে বৃদ্ধাৱস্থা বুলি নহয়, আজিকালি ৩০-৩৫ বছৰৰ পৰাই মানুহৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ বাতবিষ, ছালৰ সমস্যা, চুলিৰ সমস্যা, চকুৰে কম দেখা ইত্যাদি৷ শুনা মতে আগৰ দিনৰ মানুহবোৰে এশ বছৰপৰ্যন্ত  জীয়াই আছিল আৰু অত্যন্ত সু-স্বাস্থ্যৰ গৰাকী আছিল৷ কিয়নো আগৰ দিনৰ মানুহবোৰে যথেষ্ট পৰিশ্ৰম কৰিছিল আৰু সুষম আহাৰ গ্ৰহণ কৰিছিল৷ কিন্তু আজিকালি মানুহে অতি কম বয়সতে মৃত্যুক আঁকোৱালি লোৱা দেখা যায়৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ডেকা হৈ থকাৰ কেইটামান টিপ্‌ছ৷

[১] দিনৰ ভাগত কমেও এশ গ্ৰামকৈ দৈ খাব লাগে৷ ই দেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ছাল নিমজ কৰা, খাদ্য হজম কৰা আৰু আয়ুস বৃদ্ধি কৰাত সহায় কৰে৷

12 Aloe Vera Face Packs For Different Skin Types | Anti aging remedies, Anti aging skin products, Anti aging skin care


[২] বয়স বেছি হ’লে সাধাৰণতে ছালত বলিৰেখা পৰে৷ ছালখন যাতে সদায় কোমল আৰু মসৃণ হয়, তাৰ বাবে ভিটামিন-C যুক্ত ফল-মূল যেনে– আমলখি, শিলিখা, কমলা, নেমু আদি যথেষ্ট পৰিমাণে খাব লাগে৷

Sources of Vitamin C Other Than Oranges


[৩] দৈনিক কমেও তিনি-চাৰি লিটাৰ কুহুমীয়া পানী সেৱন কৰিলে সুফল পোৱা যায়৷

Dehydrated Skin High Resolution Stock Photography and Images - Alamy


[৪] গাৰ বিষ নহ’বৰ কাৰণে কেঁচা নহৰু, কেঁচা হালধি, ভেদাইলতা আদি নিয়মিতকৈ খালে গাৰ বিষ নিৰ্মূল হয়৷

Medicinal Plants: Paederia foetida, Prasarani, Tala nili, Mudiyar Kundal


[৫] সাধ্যানুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে৷ কিন্তু যদি আপোনাৰ বয়স অধিক হৈছে, তেন্তে শক্তি অনুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব৷

The Easiest Morning Workouts For Seniors to Try! | Homecare4U

[৬] লগতে পুৱা-গধূলি মুকলি বতাহত খোজকঢ়া, খোলাকৈ হাঁহি মৰা, মন সদায় প্ৰফুল্লিত কৰা কাৰ্যসমূহে বৃদ্ধাৱস্থাৰ বাৰ্ধক্যতা দূৰ কৰে আৰু চিৰযৌৱনা কৰি ৰাখে৷

Happy Young Caucasian Image & Photo (Free Trial) | Bigstock


সেয়েহে এনেধৰণৰ নিয়মসমূহ পালন কৰি বৃদ্ধ বয়সতো তজবজীয়া হৈ থাকি জীৱনটো উপভোগ কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here