পৰঠাৰ লগত দৈ একেলগে খায় নেকি?জানক ইয়াৰ আঁৰৰ কথা (Should You be pairing Curd with Paratha?)

0
872
সকলো মানুহেই দৈ খাই ভাল পায়৷ বিশেষকৈ গৰমৰ দিনত দৈৰ লগত অলপ চেনি মিশ্ৰণ কৰি নাইবা তাত যিকোনো ফল টুকুৰা টুকুৰকৈ কাটি অথবা লাচ্ছি কৰি খায়ো মানুহে ভাল পায়৷ ভাত খাই উঠি দৈ খালে খাদ্য সহজে হজম হয়৷ আমাৰ শৰীৰৰ স্বাস্থ্য ধৰি ৰখাত দৈয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ কিন্তু দৈৰ লগত কেনেধৰণৰ খাদ্য খোৱা উচিত নহয়, এই কথা বহুতেই হয়তো নাজানে৷

(১) আমি সকলোৱে প্ৰচুৰ ঘিউযুক্ত পৰঠাৰ লগত দৈ খাই খুব ভাল পাওঁ৷ কিন্তু অধিক তেলজাতীয় খাদ্যৰ লগত দৈ খালে হজম শক্তি হ্ৰাস পায় আৰু শৰীৰটোৱে টোপনি অনুভৱ কৰে৷

How To Make Dahi Parantha At Home


(২) দৈৰ লগত পিঁয়াজ খোৱা উচিত নহয়৷ কিয়নো পিঁয়াজে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰে আৰু দৈয়ে শৰীৰৰ তাপমাত্ৰা কমাই দিয়ে৷ এই ঠাণ্ডা-গৰমৰ সংমিশ্ৰণে আপোনাৰ ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

Onion Raita Recipe: How to Make Onion Raita Recipe at Home | Homemade Onion Raita Recipe at Home - Times Food


(৩) একেদৰে আমৰ লগত দৈ খোৱা উচিত নহয়৷ পিঁয়াজ আৰু দৈৰ দৰে, আম আৰু দৈয়েও শৰীৰত ঠাণ্ডা-গৰমৰ সৃষ্টি কৰে৷ যাৰ ফলত শৰীৰত টক্সিন উৎপন্ন হোৱাৰ লগতে ছালৰ সমস্যা তথা অন্ত্ৰত ঘা লাগিব পাৰে৷

Healthy Mango Yoghurt Recipe: How to Make Healthy Mango Yoghurt Recipe | Homemade Healthy Mango Yoghurt Recipe


(৪) মাছ আৰু দৈ একেলগে খালে হজমৰ সমস্যাৰ লগতে পেটৰ আন সমস্যাও দেখা দিব পাৰে৷

Fish and curd should not be consumed together; Is it a myth? - MalayalamEmagazine.comMalayalamEmagazine.com | Lifestyle, Fashion, Health, Relation, Entertainment, Technology, Cinema


(৫) গাখীৰ আৰু দৈ দুয়োটাই জন্তুৰ পৰা লাভ কৰা প্ৰ’টিনৰ উৎস৷ সেয়েহে দুয়োটাকে একেলগে খালে ডায়েৰিয়া, এচিডিটি, গেছ আদি হ’ব পাৰে৷

Which is better for weight loss: Curd or milk? | The Times of India

LEAVE A REPLY

Please enter your comment!
Please enter your name here