প্ৰথম পালিৰ ৪ মাহৰ ভিতৰত এণ্টিবডি হ্ৰাস পায় (Antibodies decrease within 4 months of taking the first dose)

0
678
ক’ভিড-১৯ৰ দুয়োটা ভেক্‌চিন লোৱা ভাৰতৰ ৬১৪ গৰাকী স্বাস্থ্যকর্মীক পৰীক্ষা কৰি দেখা গৈছে যে প্ৰথমটো ভেক্‌চিন লোৱাৰ ৪ মাহৰ ভিতৰত তেওঁলোকৰ ক’ভিড এণ্টিবডি (প্ৰতিৰক্ষী গুণ) যথেষ্ট কমি গৈছিল৷ এই অধ্যয়ন বা পৰীক্ষাই কিছুমান পশ্চিমীয়া দেশে দিয়াৰ দৰে বুষ্টাৰ ড’জ দিব লাগিব নেকি সেই বিষয়ে সিদ্ধান্ত লোৱাত চৰকাৰক সহায় কৰিব৷ এণ্টিবডি কমি যোৱাটোৱে এইটো নুবুজায় যে ভেক্‌চিন লোৱা লোকসকলৰ ক’ভিডৰ বিৰুদ্ধে যুঁজাৰ সক্ষমতা হেৰাই যাব৷ কাৰণ দেশৰ মেম’ৰি চেলে যথেষ্ট প্ৰ’টিনৰ যোগান ধৰিব৷ এই কথা জানিবলৈ দিয়ে ভুৱনেশ্বৰৰ ৰিজনেল মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ বিজ্ঞানী সংঘমিত্ৰা পাতিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here