ধঁপাতজাতীয় সামগ্ৰীৰ পেকেটত নতুন সতৰ্কীকৰণ

0
242

১ ডিচেম্বৰৰ পাছত প্ৰস্তুত, আমদানি কৰা বা পেকেট কৰা ধঁপাতজাতীয় সামগ্ৰীৰ পেকেটৰ ওপৰত  টবেক’ কজেছ পেইনফুল ডেথ অৰ্থাৎ ধঁপাত যাতনাদায়ক মৃত্যুৰ কাৰণ কথাৰে সতৰ্কীকৰণৰ সৈতে নতুন ছবি থাকিব৷ কেন্দ্ৰীয় স্বাস্থ্য  মন্ত্ৰ্যালয় এই কথা কয়৷ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাৰ পাছত উক্ত ছবিখনৰ ম্যাদ এবছৰ থাকিব৷ তদুপৰি ১ ডিচেম্বৰত প্ৰস্তুত, আমদানি কৰা বা পেকেট কৰা ধঁপাতজাতীয় সামগ্ৰীৰ পেকেটত ‘টবেক’ ইউজাৰ্ছ ডাই ইয়ং অৰ্থাৎ ধঁপাত ব্যৱহাৰ কৰাসকলৰ সোনকালে মৃত্যু হয় সকীয়নিৰে আন এখন আলোকচিত্ৰ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here