তিয়ঁহৰ সৈতে এই তিনিবিধ কেতিয়াও নাখাব

0
661
তিয়ঁহ এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত যথেষ্ট পানী পোৱা যায় বাবে তিয়ঁহ খালে শৰীৰে লাগতিয়াল পানী পায়৷ কিন্তু কিছুমান বস্তুৰ সৈতে তিয়ঁহ খালে আমাৰ শৰীৰৰ অপকাৰ হ’ব পাৰে৷ সেয়েহে কি তিনিবিধ বস্তু তিয়ঁহৰ লগত একেলগে নাখাব জানো আহক৷

(১) আয়ুৰ্বেদ শাস্ত্ৰ মতে কিছুমান খাদ্য, যি তিয়ঁহ খোৱাৰ পাছত খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷ এই খাদ্যৰ ভিতৰত এবিধ হৈছে নেমুটেঙা৷ তিয়ঁহৰ সৈতে নেমুটেঙা খালে পাকস্থলীত বিষাক্ত দ্ৰব্য জমা হ’ব পাৰে৷ যাৰ ফলত এলাৰ্জি, ডায়েৰিয়া, ছালৰ এলাৰ্জি, এচিডিটি হোৱাৰ উপৰি আম্লিক মাত্ৰা বৃদ্ধি হয়৷ কিন্তু এই দুবিধ আহাৰ পৃথকে পৃথকে খালে পাব পাৰে বহু উপকাৰ৷

Lemon Cucumber White Balsamic - Olio Olive Oil


(২) তিয়ঁহৰ সৈতে বিলাহী একেলগে নাখাব৷ কিয়নো বিলাহীৰ অলিক এচিড আৰু তিয়ঁহৰ পেন্থ’ঠেনিক এচিডৰ শীঘ্ৰে বিক্ৰিয়া কৰিব পাৰে৷ ফলত পেটৰ বিষ, পেট ফুলা, বমি বা বদহজম আদিৰ দৰে সমস্যাৰ হোৱাৰ সম্ভাৱনা থাকে৷

Easy Tomato Cucumber Salad - Vegan Gluten Free Life


(৩) তৃতীয়তে তিয়ঁহৰ সৈতে একেলগে পানী খাব নালাগে৷ যিহেতু তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে আৰু যদি লগে লগে পানী সেৱন কৰা হয় তেতিয়া খাদ্যনলীত হজমৰ বাবে ক্ষৰণ হোৱা এনজাইমৰ ভাৰসাম্যতা নাইকিয়া হ’ব পাৰে৷ ফলত পেটৰ অইন কিছু সমস্যাৰ সৃষ্টি হয়৷ লগতে কিডনীৰ সমস্যাও দেখা দিব পাৰে৷

Cucumber-Infused Water Recipe | Food Network Kitchen | Food Network

LEAVE A REPLY

Please enter your comment!
Please enter your name here