জবা ফুলৰ ঔষধি গুণ

0
777


জানো আহক জবা ফুলেৰে কিদৰে প্ৰাকৃতিক ভাবে ৰোগ নিৰাময় কৰিব পাৰি । আমি সকলোৱে জবা ফুল চিনি পাওঁ আৰু জবা ফুল সুব সহজতে গজা এবিধ গছ । জবা ফুল বহু প্ৰকাৰৰ বা ৰঙৰ আছে তাৰে ভিতৰত ৰঙা জবা আফু ৰক্ত জবা বেছিকৈ উপকাৰী ।

  • যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে জবা ফুল পিছি ৰস উলিয়াই খালি পেটত খালে ১৫ পৰা এমাহলে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ৰূপে ফলাফল লাভ কৰিব ।

*আজি আমি জনাম ৰঙা জবাৰ উপকাৰীতাৰ বিষয়ে । ৰঙা জবাৰ ব্যৱহাৰেৰে বহুতো ৰোগ পৰা হাত সাৰিব পাৰি ।
মহিলাৰ মাহেকীয়া হলে ৰাতিপুৱা খালি পেটত ৪/৫ পাহ মান জবা ফুল পিছি ৰস উলিয়াই নিয়মিত ভাৱে খালে ভাল পাব যথেষ্ট আৰাম অনুভৱ কৰিব ।

  • শৰীৰ বাবে অনুপযোগী কলেষ্টৰল বঢ়িলে বা যি সকলে পুৰুষৰ যৌন সমস্যা হৈছে তেনহলে ৰাতিপুৱা খালী পেটত জবাহ ফুলৰ পাহ চোৱাই খাব পাৰে বা ৰস গাখীৰৰ লগত মিহলাই খালে ফলাফল লব কৰিব
  • জবা ফুল পিছি নাৰিকল তেলৰ লগত মিহলাই সানিলে চুলি উজ্জল আৰু কলা হয় ।
  • যদি আপোনাৰ চুলি সোনকালে পকিছে বা সৰে তেনেহলে এমাহ জবা ফুলৰ ৰস আৰু আমলখিৰ ৰস সানিলে সুব সোনকালেই ফলাফল লাভ কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here