চকুৰ বিভিন্ন সমস্যাৰ সমাধান– কেনেকৈ?

0
2073
মুখমণ্ডলৰ সৌন্দৰ্যৰ মূলতে হৈছে আমাৰ চকুযুৰি৷ এই চকুযুৰিৰ জৰিয়তে আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ৷ কিন্তু এই চকুযুৰিৰ যদি অসুবিধা হয়, তেন্তে গোটেই পৃথিৱী দিনতে এন্ধাৰৰ লেখীয়া হয়৷ সেয়েহে আমি আমাৰ চকুযুৰিৰ কিবা সমস্যা হ’লে তাক উলাই নকৰি বিশেষ যতন লোৱা উচিত৷

(১) চকুত জাল পৰা সমস্যা হ’লে চকুৰ কোণত গোল নেমুৰ ৰস দুটোপালমান দিলে সুফল পোৱা যায়৷


(২) চকুৰ পতাৰ চাৰিওফালে খজুৱতি হ’লে নাৰিকল তেল কপাহত লগাই চকুৰ পতাত লগোৱা উচিত৷


(৩) চকুত দুখ পালে বা ঘা লাগিলে কেঁচা হালধি খুন্দি লৈ পৰিষ্কাৰ কাপোৰত বান্ধি অলপ জুইত গৰম কৰি চকুত তাৰ সেক দিব লাগে৷


(8) চকুত আচিনা হ’লে কণাশিমলু বনৰ ঠাৰিৰ আঠা লগালে সুফল পোৱা যায়৷


(৫) চকুৰ পৰা পানী ওলোৱা সমস্যাত আমলখিৰ ৰসেৰে চকু ধুলে আৰাম পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here