ক’ৰ্বিভেক্সৰ জৰুৰী ব্যৱহাৰত অনুমোদন

0
402

ক’ভিড-১৯ ভেক্‌চিনৰ বিষয় বিশেষজ্ঞ সমিতিয়ে চৰ্তসাপেক্ষে হায়দৰাবাদস্থিত বায়’লজিকেল ই নামৰ কোম্পানীটোৱে  ১২-ৰপৰা ১৮ বছৰৰ শিশু-কিশোৰৰ বাবে প্ৰস্তুত কৰা ক’ভিড-১৯-ৰ ভেক্‌চিন ক’ৰ্বিভেক্সৰ জৰুৰী ব্যৱহাৰৰ কতৃৰ্ত্ব চমুকৈ ই ইউ এ-এ দিবৰ বাবে ঔষধ নিয়ামকলৈ অনুমোদন জনাইছে৷ সমিতিৰ এই অনুমোদনৰ পাছত ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক বাডি চি জি আই-এ অনুমোদন জনালেই ক’ৰ্বিভেক্সে আনুষ্ঠানিক অনুমোদন লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here