কেন্দ্ৰই নিৰ্ধাৰণ কৰিলেনেজেল ভেক্‌চিনৰ দাম

0
158

বিগত কিছুদিন ধৰি ক’ভিডৰ পুনৰ সংক্ৰমণ আৰম্ভ হৈছে৷ ক’ভিডৰ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে জনতা৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক’ভিডৰ বুষ্টৰ ড’জৰ অনুমোদন জনায় আৰু ইয়াৰ দামো নিৰ্ধাৰণ কৰে৷ নাকেৰে লোৱা ক’ভিড ভেকচিনৰ অনুমোদনৰ বাবে কেন্দ্ৰই দাম নিৰ্ধাৰণ কৰে৷ ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰসকলক বুষ্টাৰ ড’জ হিচাপে দিবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা ভাৰত বায়’টেকৰ নেজেল ভেকচিন ইনক’ভেক বা বি বি ভি ১৫৪-ৰ এপালিৰ দাম ব্যক্তিগত চিকিৎসালয়বোৰত ৮০০ টকা আৰু চৰকাৰী চিকিৎসালয়বোৰত ৩২৫ টকা হ’ব৷ ক’উইন প’ৰ্টেলত এই ভেকচিন বুক কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here