কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ?

0
2515

২৭ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  যোৱা ২৫ আগষ্টৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৱা কালি নিজৰ টুইটাৰ একাউণ্টযোগে এই কথা সদৰী কৰিছিল। ইয়াৰ পিছতেই স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই এদল চিকিৎসক গগৈৰ কাৰণে পৃথকে সাজু কৰি ৰখা বুলি জানিবলৈ দিছিল। প্ৰাপ্ত তথ্য অনুসৰি গৃহ-নিলগীকৰণত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লগে লগে উন্নত চিকিৎসাৰ বাবে  স্থানান্তৰ কৰা হৈছে GMCH লৈ। ১০৮ সেৱা যোগে চিকৎসালয়লৈ  লৈ অহা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here