কেইবিধমান শুকান মছলাৰ আশ্চৰ্যকৰ গুণ

0
881
ৰন্ধন শালত প্ৰায়ে ব্যৱহৃত এবিধ সামগ্ৰী হৈছে শুকান মছলা৷ শুকান মছলাৰ ব্যৱহাৰে খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি কৰে৷ কিন্তু আপুনি জানেনে এই শুকান মছলাবোৰৰো আছে আশ্চৰ্যকৰ গুণ৷ তেন্তে জানো আহক কোনবিধ শুকান মছলা কিহৰ বাবে উপকাৰী৷

(১) হালধিত থকা কাৰ্কিউমিনে স্বাস্থ্য ধৰি ৰখাত বিশেষভাৱে অৰিহণা যোগায়৷ ই একপ্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট, যিয়ে ফ্ৰী ৰেডিকেলৰ সৈতে যুদ্ধ কৰি শৰীৰটোক সুস্থ কৰি ৰাখে৷

Turmeric side effects: Health benefits and risks


(২) তেজপাতে হজম শক্তি উন্নত কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-A, ভিটামিন-C, ফলিক এচিড আৰু শৰীৰৰ বাবে লাগতিয়াল উপাদান পোৱা যায়৷

Bay Leaf: Potential Health Benefits, Nutrition, And Side Effects


(৩) ডালচেনিয়ে শৰীৰত কলেষ্টৰেল আৰু গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে লগতে মগজু কাৰ্যক্ষম কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷

Cinanmon #cinamon | Spices, Cinnamon sticks, Food


(৪) আদাই বদহজম, বমি, পেট ফুলা, কাহ, চৰ্দি, মাহেকীয়া পেটৰ বিষ আদি বিভিন্ন ৰোগৰ সমাধান দিয়ে৷

Eating Ginger in Summer: Is it safe to consume ginger in summer?


(৫) জালুকক শুকান মছলাৰ ৰজা বুলি বিবেচনা কৰা হয়৷ জালুক ভিটামিন-C-ৰ ভাল উৎস৷ কৰ্কট ৰোগৰ লগত যুঁজ কৰাৰ উপাদান জালুকত পোৱা যায়৷

black pepper, Customixed, Rs 360 /kilogram The Heritage food products | ID: 22308460262


(৬) হিঙে পাচন প্ৰক্ৰিয়া উন্নত কৰি কোষ্ঠকাঠিন্য নিৰাময় কৰে৷ অৱশ্যে অতিমাত্ৰা শুকান মছলাও শৰীৰৰ কাৰণে ভাল নহয়৷

asafoetida | Description, Uses, & Plant | Britannica

LEAVE A REPLY

Please enter your comment!
Please enter your name here