কেঁচা গাখীৰেও উজ্জ্বল কৰিব পাৰে আপোনাৰ ছাল || Raw milk too can bring a glow to your skin

0
1703
সৌন্দৰ্যচৰ্চাত গাখীৰৰ ব্যৱহাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ হালধিৰ সৈতে গাখীৰ, বেচনৰ সৈতে গাখীৰ,মুলটানি মাটিৰ সৈতে গাখীৰ আদি বিভিন্ন ধৰণে গাখীৰক ছালত লগোৱা হয়৷ পিছে কেঁচা গাখীৰক যে শুদায়ো ছালত লগাব পাৰি এই কথা আপুনি জানেনে?
3 Simple Ways to Apply Raw Milk on Your Face - wikiHow

(১) শুকান ছালৰ বাবে কেঁচা গাখীৰ এক উত্তম প্ৰাকৃতিক ক্লিনজাৰ ৷ কেঁচা গাখীৰত থকা ভিটামিনে ছালখন চাফা কৰাৰ লগতে হাইড্ৰেট কৰি ৰখাটো সহায় কৰে৷


(২) ইয়াত থকা ভিটামিন-A -এ ছালৰ পিগমেনটেশ্যন, ক’লা দাগ আদিৰ সমস্যাও নিৰাময় কৰিব পাৰে৷


(৩) দৈনিক ইয়াৰ ব্যৱহাৰে ৰিংকল, ফাইনলাইন আদি আঁতৰাই বয়সৰ চাপ পৰা সম্ভাৱনা নাইকিয়া কৰে৷

Raw Milk Skin Benefits: सर्दियों में इन 3 तरीकों से करें कच्चे दूध का इस्तेमाल, स्किन दिखेगी ग्लोइंग और सॉफ्ट - Raw milk skin benefits use raw milk in these ways in


(৪) একেদৰে কেঁচা গাখীৰে ছালৰ ক’লাজেন বৃদ্ধি কৰি ছাল উজ্জ্বল কৰাত বিশেষ ভূমিকা পালন কৰে৷


(৫) অকল এয়াই নহয়, ফ্ৰিজি হেয়াৰৰ সমস্যাও নিৰ্মূল কৰিব পাৰে কেঁচা গাখীৰে৷ ইয়াৰ বাবে এটা স্প্ৰে’ বটলত কেঁচা গাখীৰ ভৰাই চুলিখিনিত স্প্ৰে’ কৰিব লাগে৷ মনত ৰাখিব বেছি ওচৰৰ পৰা যাতে চুলিখিনিত স্প্ৰে’ নকৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here