কণীৰ লগত এইসমূহ নাখাব ৷ You should not combine Egg with these foods

0
535
কণী, গাখীৰ এইধৰণৰ খাদ্যসমূহক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ কিয়নো কেতিয়াবা আপোনাৰ ভোজন বাদ পৰিলে এটা কণী খালেও ই আপোনাক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰিব পাৰে৷ পিছে কিছুমান খাদ্য কণীৰ লগত খোৱাটো উচিত নহয়৷ কিছুমান খাদ্যৰ কম্বিনেশ্যনে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যেনে– 

(১) অমলেটৰ লগত চাহ বা কফি খোৱাটো উচিত নহয়৷ এই কম্বিনেশ্যনে হজমৰ সমস্যাৰ লগতে কোষ্ঠকাঠিন্য সমস্যাৰো সৃষ্টি কৰিব পাৰে৷

How to make oats-egg omelette for Breakfast | Recipe


(২) বহুতেই কণীৰ লগত ফল-মূল খোৱাটো পচন্দ কৰে৷ কিন্তু কণীৰ লগত তৰমুজ একেলগে খালে পেটৰ সমস্যা হ’ব পাৰে৷

eggs – Living Healthy in Boston


(৩) কণী আৰু চেনি একেলগে খালে শৰীৰত এমিন’ এচিড তৈয়াৰ হয়৷ যিয়ে শৰীৰত টক্সিন উৎপন্ন হোৱাৰ লগতে শৰীৰত তেজ গোট মৰা প্ৰক্ৰিয়া মন্থৰ কৰে৷

Cooked eggs and salt, Boiled eggs and salt Stock Photo - Alamy


(8) চেনিৰ দৰে ঠাণ্ডা পানীয়ৰ লগতো কণী খোৱাটো উচিত নহয়৷ কিয়নো এনেধৰণৰ পানীয়ত প্ৰচুৰ পৰিমাণে চেনি দ্ৰৱীভূত হৈ থাকে৷

Egg Roll Chicken Stuffed with Cold Drinks Stock Photo - Image of indianeveningsnacks, eveningsnacks: 178325962


(৫) কণীৰ লগত Soyamilk-ৰ সেৱনে শৰীৰত প্ৰ’টিনৰ শোষণত বাধা প্ৰদান কৰে৷

Source Of Vegetarian Protein : Soy Milk , Boiled Eggs On Soy Beans Background Stock Photo, Picture And Royalty Free Image. Image 43491590.


(৬) একেদৰে মাছ-মাংস আদিৰ লগতো কণী খোৱা উচিত নহয়৷ এনেদৰে খোৱাৰ ফলত ডায়েৰিয়াৰ লগতে ছালৰ এলাৰ্জিৰ সমস্যাও দেখা দিব পাৰে৷

Steak & Eggs with a Potato Waffle | Heinen's Grocery Store

LEAVE A REPLY

Please enter your comment!
Please enter your name here