কটন বিশ্ববিদ্যালয়ত এছ বি আইৰ চকু যতন কেন্দ্ৰ স্থাপন

0
709

গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ‘অশ্বিনী কটন ইউনিভাৰ্ছিটি আই কেয়াৰ চেণ্টাৰ’ নামেৰে এটা চকু যতন কেন্দ্ৰ স্থাপন কৰাত ভাৰতীয় ষ্টেট বেংকে সহায় কৰিছে৷ আই কেয়াৰ চেণ্টাৰৰ বাবে আৱশ্যকীয়  বিভিন্ন সা-সৰঞ্জাম আৰু যন্ত্ৰ-পাতি যোগান ধৰাৰ ক্ষেত্ৰত এছ বি আয়ে সহায়ৰ হাত আগবঢ়াইছে৷ এই আই ক্লিনিকখন, এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহাপ্ৰবন্ধক অৰবিন্দ কুমাৰ সিং আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ভৱেশ চন্দ্ৰ গোস্বামীয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উদ্বোধন কৰে৷ এই আই ক্লিনিকখনে কটন বিশ্ববিদ্যালয়ৰ ৫০০০ ছাত্ৰ-ছাত্ৰী আৰু ৬০০ কৰ্মচাৰীক উন্নত সেৱা আগবঢ়াব

LEAVE A REPLY

Please enter your comment!
Please enter your name here