আভোক হ’লে কি কৰিব?

0
289

ব্যস্ততাপূৰ্ণ লাইফষ্টাইলৰ মাজত সকলো মানুহ ইমানেই সোমাই গৈছে যে কাৰো নিজৰ শৰীৰৰ কথা ভাবিবলৈ আহৰিয়েই নাই৷ খোৱা-লোৱাৰ ক্ষেত্ৰতো কোনোধৰণৰ বাছ-বিচাৰ নোহোৱাকৈ দৈনিক মাছে-মঙহে দকচি খাইছে৷ ফলত এটা হেল্‌থি লাইফষ্টাইল নোহোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে৷ ফলস্বৰূপে এটা সময়ত পেটৰ বিষ, বিভিন্ন পেটৰ সমস্যা, অৰুচি, আভোক আদি হ’বলৈ ধৰে৷ গতিকে অৰুচি, পেটৰ বিষ এনেধৰণৰ সমস্যা হ’লে আপুনি কি কৰিব জানেনে?

(১) এনে ধৰণৰ সমস্যাত পদিনা বিশেষভাৱে কাৰ্যকৰী৷ তিনি গ্ৰামমান পদিনাৰ ৰস উলিয়াই তাত জিৰা, হিং, জালুক আৰু নিমখ মিশ্ৰণ কৰি লৈ গৰম কৰি খালে পেটৰ বিষ, আভোক, অৰুচি আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

Fresh Ginger Mint Lemonade (sugar-free) | Elle Republic


(২) নাইবা খাদ্য খোৱাৰ আগতে আদা সৰু সৰুকৈ কাটি ক’লা নিমখৰ লগত খালে সুফল পোৱা যায়৷

(৩) আমলখিক নিমখ পানীত তিয়াই সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই মুখৰোচক হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷

The Organic Basket Dried Amla 200g : Amazon.in: Grocery & Gourmet Foods

LEAVE A REPLY

Please enter your comment!
Please enter your name here