আপোনাৰ ওঁঠযুৰিৰ কাৰণে কি তেল ভাল?

0
1425

সুন্দৰ গুলপীয়া, মসৃণ ওঁঠৰ গৰাকী হ’বলৈ কোনেনো নিবিচাৰে? কিন্তু বিভিন্ন ধৰণৰ কছমেটিকৰ প্ৰয়োগৰ লগতে প্ৰদূষণৰ ফলত আমাৰ ওঁঠযুৰিৰ সৌন্দৰ্য ম্লান পৰে৷ গতিকে আমাৰ ওঁঠৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ইয়াৰ বিশেষ যতন লোৱা উচিত৷ সেয়েহে আজি আমি আলোচনা কৰিম কিছুমান প্ৰাকৃতিকভাৱে পোৱা তেলৰ বিষয়ে, যাক ব্যৱহাৰ কৰি আপোনাৰ ওঁঠৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰিব পাৰি৷

(১) নাৰিকল তেলে ওঁঠ মসৃণ হোৱাত সহায় কৰে৷


(২) Papaya oil-এ আপোনাৰ ওঁঠযুৰিৰ পূৰ্বৰ ৰং ঘূৰাই আনি উজ্জ্বল কৰাত সহায় কৰে৷


(৩) Lotus Oil-এ ওঁঠযুৰিক শুকান হোৱাৰ পৰা বাধা দিয়ে৷

Plump Pink Lips | Natural pink lips, How to get pink lips naturally, Pink lips


(8) Orchid oil-ত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম আৰু জিংক থাকে, যিয়ে ওঁঠত পৰা পিগমেণ্টেশ্যন কম কৰে৷


(৫) Olive oil-এ ওঁঠযুৰি মসৃণ হোৱাত সহায় কৰে৷


(৬) Basil Oil-এ ওঁঠৰ মৃত কোষসমূহ আঁতৰাই হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷


(৭) Walnut oil-এ ওঁঠযুৰিৰ উপযুক্ত পৰিচৰ্যা কৰি ক’লা পৰা নাইকিয়া কৰে৷


(৮) Daisy Oil-এ ওঁঠৰ টেন আৰু হাইপাৰপিগমেনটেশ্যন দূৰ কৰাত সহায় কৰে৷


(৯) Rose Oil-ত প্ৰচুৰ পৰিমাণে এণ্টিএজিং উপাদান থাকে, যিয়ে ওঁঠৰ ফাইনলাইন দূৰ কৰি ওঁঠ গুলপীয়া হোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here