আনাৰসে কৰিব পাৰে এইবোব উপকাৰ

0
635

কাণত পোক পৰুৱা বা কেৰেলুৱা সোমালে আনাৰসৰ পাতৰ ৰস অকণমান কাণত দি দিলে পোক-পৰুৱা কাণৰ ভিতৰতেই মৰি যায় তেতিয়া বিশেষ অনিষ্ট সাধন কৰিব নোৱাৰে৷ তাৰ পিছত চিকিৎসকৰ লগত যোগাযোগ কৰক ।
পেটৰ ভিতৰত চুলি, কাচ , কাঁইট আদি কেনেবাকৈ খোৱাবস্তুৰ লগত পেটৰ ভিতৰলৈ গ’লে আমি আনাৰসৰ লগত ক’লা নিমখ মিহলাই খালে ই পেটৰ ভিতৰতে গলি যায় আৰু মলমূত্ৰৰ লগত দেহৰ পৰা বাহিৰ হয় । আভোগ আভোগ ভাব হ’লে আনাৰস খালে ভাল হয় । ই হজম শক্তি বৃদ্ধি কৰে । নিয়মিত খালে চৰ্বি কমে , পাচন শক্তি বৃদ্ধি হয় । আনাৰস খালে তেজ বৃদ্ধি হয় । এলাৰ্জি হ’লে আনাৰস খালে আৰু লগালে ভাল হয় । জণ্ডিচ ৰোগ হ’লে পকা আনাৰসৰ লগত মিছিৰি মিহলাই খালে ভাল হয় ।

অপকাৰিতা – গৰ্ভৱতী মহিলাই আনাৰস খাব নালাগে আৰু মাহেকীয়া হোৱাৰ সমযত আনাৰস খাব নালাগে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here